Youtube Channel Riquarment Toolls,Youtube Channel চলাবলৈ কি কি Tools দৰকাৰী

Youtube Channel Riquarment Toolls,Youtube Channel চলাবলৈ কি কি Tools

দৰকাৰী………………
নমস্কাৰ Friend সকল আপোনালোকক আনতৰীক ধন্য বাদ জনালো ,আজি আমি জানিম Youtube Channel চলাবলৈ কি কি Tools দৰকাৰী . কিয়নো youtube Channel বনোৱাৰ পিছত আমি Viwer বেছি আনিব নোৱাৰা ,কিয় আমাৰ Vedio ৰ Qualety ভাল নহয় . সেই কাৰণে কি Tools Use কৰিলে আমাৰ Vedio ৰ Quality ভাল হব. এই বিষয়ে কথা পাতিম আৰু কৰ পৰা বস্তু লব পাৰীম. জানিব যদি বিচাৰে সেশলৈ পঢ়িবলৈ অনুৰোধ কৰিলোঁ .

1. Record Mic. 
2. Laptoop Or Nootbok.
3. Webcamp4.
4. Screen Recorder.
5. Vedio Editor.

 কিয় লাগে এই 5 টা Tools.
1. Mic Recorder= জোনটো আমি আমাৰ Youtube  Vedo ৰ কথাবোৰ ভালদৰে Record কৰিব পাৰোঁ . জিয়ে আমাৰ Vedio ৰ Quality আৰু আমাৰ Vewer ভালদৰে বোজিবৰ কাৰণে .যদি আমাৰ কথাবোৰ ভালকৈ বুজি নাপায় , তেতিয়া আমাৰ User Vedio  চাবলৈ একদম ইচছা নহব . সেই কাৰণে Mic লোৱাৰ বাবে অনুৰোধ কৰিলোঁ 
2.Laptop= আপোনাৰ লগত এটা Laptop হোৱা Importent কিয়নো এনেকুৱা বহুত কাম জিটো আমি Mobile ৰে কৰিব নোৱাৰোঁ . জিটো Laptop ৰে কৰিব পাৰীম . আৰু আজি কালি ইমান পইছা নহয় . এটা Mobile ৰ দামত কিনিব পাৰে, মই আপোনাক কম ৰেইটৰ link দিছো আপুনি কিনিব পাৰে 
3.webcam or Camera= আপুনি কিবা Vedio কৰিবলৈ বিচাৰে বা Youtube Live Streem কৰিবলৈ দৰকাৰী হব পাৰে . এইটো আপুনি অলপ পিছত লভ পাৰে নতুন বেলা নালাগে.
4.Screen Recorder= আপুনি কিবা Tacnik দেখোৱাবলৈ বাছাৰে Ps বা Mobile ৰে তেন্তে Screen Recorder দৰকাৰী
5. Vedio Editor= এইটো বহুত Importent জি হেৰে আমি আমাৰ vedio বনাব পাৰোঁ. এইটোৰ Link তলত দিছোঁ Free Downlood কৰিব পাৰে.  

Shopp By Online
Friend  ইয়াত যিমান বস্তু আছে চব Online ৰ পৰা কিনিব  লাগিব কিনিবলৈ হলে Click কৰক
1.  Recorder MIC
2. LAPTOP
3.Webcam

দোয়োটা Free Downlood কৰিব পাৰীব Downlood কৰি লোৱা ?

 

1. Screen Recorder
2. Vedio Editor

এয়া আপোনাৰ কাৰণে অলপ Information  Sheare কৰিলোঁ : যদি আৰু কিভা আছে তেন্তে কমনটত সুধিব পাৰে By অসম আমাৰ দেশ 

Leave a Reply

Your email address will not be published. Required fields are marked *