Free Imege Downlood,Free Image Downlood For Youtube,

      No Comments on Free Imege Downlood,Free Image Downlood For Youtube,

Free Imege Downlood,Free Image Downlood For Youtube, 
হাই বিচিটৰ মোৰ নাম ছাইবোল আৰু মই আজি আপোনাক কম আপোনাৰ Bloggre বা Youtube Channel ৰ বাবে Free Images কৰ পৰা Downlood কৰিব পাৰিব . আৰু কেনেকুৱা ? যদি আপুনি এজন Youtuber  হয় আৰু Imeges Downlood কৰিব বিচাৰে তেন্তে শেষলৈ Reade কৰিব আহক এতিয়া আমি আৰম্ভ কৰো .


Friend  Free Image Downlood কৰাৰ Google ত বহুত Website আছে আপুনি Downlood কৰিব পাৰে . কিন্তু মই দুইটা Website ৰ কথা কম জোন দুইটা Website ৰ পৰা মই Use কৰো আৰু আপোনাক ও কৈ আছোঁ আপুনিও Downlood কৰি Use কৰিব পাৰে .  

Website সেই দোয়োটাৰ নাম হল 
1. Pixabay.com
2. Pixel.com

দোয়োটা বিষয়ে ডিঠেইলত জানক 

1. Pixabay.com =  এই Website ত 10 ৰ পৰা 15 হাজাৰ লৈ Free Images আছে . আপুনি Downlood কৰি Use কৰিব পাৰে . আৰু Website টোৰ ভিতৰত হৰ ধৰণৰ Images Available  আছে .
যেনে =  1. Facebook Icon.
2. Mesenger Icon.
3.Youtube Icon.
4. Mony For India.
5. Garden.
6. Offise.
7. House
চব ধৰণৰ Image  আপুনি Downlood কৰিব পাৰে . আৰু তাত Hd Quality  images downlood কৰিব পাৰিব . জিটোৰ Size 8 mb পৰ্যন্ত হব . এই Website ত Paid Images আছে জোনটো আপুনি Free use কৰিব নোৱাৰে . আপুনি দিয়ান দিব মই কই আছোঁ .

কোনটো Use কৰিব নোৱাৰে.
 Webste ত Visite হোৱাৰ পিছত আপুনি দেখি পাব ছবৰ ওপৰত এক লাইন থাকিব . ফটোৰ মাজত ৱাটাৰ মাক্ থাকিব (Wattermark) ,সেই কেইটা Images Downlood নকৰিবা . আৰু বাকি চব Downlood কৰিব পাৰে . আপুনি এতিয়া Image Downlood কৰিবলৈ হলে link ত click কৰক . 

2. Pixel.com= এই Websit ত অলপ কম Images আছে . এই Website ত বেছি Grafick ডিজাইনৰ ফটো আছে . আপুনি তাৰ পৰাই Downlood কৰিব পাৰে . এই Website তো paid Images আছে ,আগৰ টোৰ নিচিনা এইটোৱেই চেইম হয়.   Website ত আপুনি দিয়ান দি Downlood কৰিব আপুনি এতিয়া Websiten ত বিচিট হবলৈ Link ত Click কৰক .

তেতিয়া Friends আজি আপোনালোকে শিকি  লৈছে ফিৰী ফটো কৰ পৰা আৰু কেনেকৈ Downlood কৰিব . যদি আপোনাৰ মনত আৰু কিবা Question  আছে তেনেহলে আপুনি কমেনট বকছত আমাক কব পাৰে  by Saibul

Leave a Reply

Your email address will not be published. Required fields are marked *