Seo Web, What Is Seo,SEO কি হয়

      No Comments on Seo Web, What Is Seo,SEO কি হয়

What Is Seo,SEO কি হয়,      Hi Dear  all কি আপুনি জানিব বিচাৰে নেকি SEO কি হয় আৰু Seo কত ব্যৱহাৰ কৰো আমি l আৰু Seo কৰিলে কি লাভ হব l তেন্তে আহক আজি আমি খিকী লউ l 
Friend আপুনি যদি জানিব বিচাৰে বা খিকিব বিচাৰে তেন্তে সেখলৈ Read কৰিবলৈ অণোৰোধ কৰিছো Now Start .

SEO কি হয় 

Seo মিনিং হয় Serch Engine  Optomition l Seo কৰি আমি আমাৰ Website ৰ জিকোনো Keybord serch result ত প্ৰথম পেইজত আনিব পাৰোঁ l এতিয়া আপোনাৰ মনত কি হয় এইটো হয় যনে আমি Google ত গৈ Serch কৰিছো Seo Partition Kitna Hai? জোনটো  লিখি Serch কৰিছো এইটো হৈছে Keyborde l আৰু জোনটো Serch কৰাৰ পিছত দেখোৱা ছে এইটো হল Result l Serch Engine  বহুত আছে নাম মই তলত উল্লেখ কৰি আছোঁ চব Serch Engine  ৰ বেলেগ বেলেগ ৰোল lবেলেগ বেলেগ কনডিচন হয় l 

Name Of Serch Engine

1. Google
2. Yahoo 
3. Ask.Com
4. Aol.Com
 
কি লাভ হয় Serch Engine  ব্যৱহাৰ কৰিলে 
Serch Engine  যদি আমি আমাৰ Website ত ব্যৱহাৰ কৰো l তেন্তে আমাৰ Website বা যি কোনো Keyborde ৰেংকিং কৰিব l আৰু ৰেংকিং কৰিলে আমাৰ Websitত টাৰাফিক বাঢ়িব l টাৰৰাফিক ভাড়িলে আমাৰ Income বেচি হব l এতিয়া প্ৰশ্ন আহিছে Trafic কি হয়? Anns Website ত vesite হোৱা 
ধৰিলোৱা আমাৰ এটা Wesite আছে l আৰু যিকোনো এটা Keyborde Ranking কৰি আছে l সেই Keyborde ত Click কৰি জিমান মানুহ আমাৰ Websit ত আহিব l সেইটো হল Trafick l আৰু Serch Engine optomiton আকৌ দোই ধৰণৰ  লিংকত Click কৰি Read কৰিব পাৰে  
 
তেতিয়া Friend  আজি আপুনি জানিব পাৰিছে Serch Engine কি হয় l আৰু কি  প্ৰশ্ন ৰ আহিছে আমাক আপুনি Cantct ত কিলিক কৰি কব পাৰে……………

Leave a Reply

Your email address will not be published. Required fields are marked *