SEO Partition,In Assamese কিমান হয়

      No Comments on SEO Partition,In Assamese কিমান হয়

হাই বিচিটৰ আজি আমি জানিম SEO Partition কিমান হয় .আৰু কোনটো Use কৰিলে কি ফাইদা হয়. আৰু কোনটো Use কৰিলে বেয়া হয়. বন্ধু যদি আপুনি SEO কি হয় নাজানে তেন্তে লিংকত টিপ .আৰু যদি পঢ়িলৈছে বা জানে তেন্তে আগলৈ পঢ় থাকিব. আহক আৰম্ভ কৰো .

SEO Partion,(Seoৰ কিমান ভাগ )

Friend SEO ক তিনিটা ভাগত বগাই দিয়া হৈছে .জোন কেইটা তলত উল্লেখ কৰি আছো……

 1. White Hate Seo.
 2. Blak Hate Seo. 
3. Gray Hate Seo. 
আহক Details ত জানো…………

1. White Hate Seo= জোনটো আমি SerchEngineৰGuidline হিচাপে কাম কৰো. তা ৰোল হিচাপে.  কিন্ত White Hate Seo আমি আমাৰ Website ত Use কৰিলে. Ranking হোৱাত অলপ টাইম লাগে .আৰু Ranking যদি হৈ যায় তাৰ Lasting উ বেছি দিন থাকিব .
2. Black Hate Seo =  জোনটো আমি Serch Engineৰ একো কথা নামানো. নিজৰ হিচাপে Tacknick লগাই কৰো. আৰু Blackhate Seo কৰিলে আপোনাৰ Website Block হব পাৰে .কিয়নো Serch Engine Softiwer বহুত চালাক হয় .যদি ধৰা পৰি যায় তেন্তে Black listত এড কৰি লব .আৰু এবাৰ এড কৰি লয় তেতিয়া আপোনাৰ Website কেতিয়াও Show নহব …
3.Grahate Seo=  জোনটো আমি White Hate Seo কৰো . কিন্তু তাৰ লগত আমি Black Hate SEO ব্যৱহাৰ কৰো .আৰু সেইটো আমা একো অসুবিধা নহয় .
যেনে = আপুনি কোনো Deploper আৰু আপোনাৰ Clineএ কৈছে . যে আমাৰ Website অলপ জল্দী Ranking হব লাগে . সেই সময়ত Black Hate Seo  Use কৰ পাৰে কেনেকৈ আপুনি Whitehate Seo ১০০% জগাত ৯৫% Use কৰিব .আৰু ৫% Blackhate Seo Use কৰিব. আৰু সেইটো একদ অসুবিধা নহয় .


কিন্তু মই আপোনাক কৈ আছো  পাৰিলে White Hate Seo ব্যৱহাৰ কৰিব. তেতিয়া আজি ইমানেই আগুৱাই জাওক আমাৰ অসম Digitel অসম বনাক মোৰ এই আশা থাকিল বাই………..

Leave a Reply

Your email address will not be published. Required fields are marked *