How To Work For Serch Engine, Serch Engin Kam Ki Hoi, Assames

হাই বাই বন্ধু সকল মোৰ নাম চাইবোল আজি আমি জানিম Serch Engine ৰ কাম কি. আৰু  কেনেকৈ কাম কৰে .যদি আপুনি জানিবলৈ বিচাৰে তেন্তে সেশলৈ  পঢ়িবলৈ অনুৰোধ কৰিলোঁ.আহক আৰম্ভ কৰো …….


যি কোনো  Serch Engine নৰ তিনিটা Tools আছে যেনে Croler .Index. Ranking. আহা আমি জানো এই তিনিটায় কেনেদৰে কাম কৰে .
1.Crooler . জেতিয়া আমি আমাৰ Website যি কোনো Serch Engine ক দিও তেতিয়া চবৰ আগত Croler ৰে Crool কৰে.আমাৰ Website ৰ পোৰা Content আৰু Keybord বা Images vedio জিমাণ আছে চব .
2.Index.  Indexere ৰে আমাৰ Locel Server ৰ পৰা . মানে আমাৰ Website ৰ পৰা জিমান Content আছে .উটাই তাৰ Server ত ৰাখে .
যেনে= আমি জি লিখিছোঁ Artical বা Image Vedio চব লৈ জায় আমাৰ Websit ৰ পৰা . আৰু তাৰ হিচাপত ৰাখে. যেনে ধৰিলোৱা আমাৰ Artical বা  page বা Photo জোনটো ভাত ৰান্দাৰ বিষয়ে  হয় বা News ৰ বিষয়ে হয় , সেই বিষয় হিচাবে তাৰ তাত ভৰাই ৰাখে .
3.Ranking. Crool আৰু  index কৰাৰ পিছত Website Ranking কৰে .
যেন = কোনো User ৰে আমাৰ Website ৰ Keybord Serch কৰিছে . তেতিয়া Serch Engine এ আমাৰ Keybord টো উলিয়াই দিব . আৰু যদি আমাৰ Artical পঢ়ে বেছিকৈ তেতিয়া Serch Engine আমাৰ Website বা Kyborde ৰেংকিং কৰিব….

নিচ্ছয় পঢ়িব
Google Drive Ki Hoi
Bank Blanse Hack

তেতিয়া হলে আপুনি গম পাই গলা Serch Engine এ কেনেকৈ আৰু কেনেদৰে কাম কৰে যদি এই Post ৰ বাবে কিবা আৰু প্ৰশ্ন আপোনাৰ মনত আহি আছে আমাক সোধিব পাৰে.
Informatin By Saibul 

Leave a Reply

Your email address will not be published. Required fields are marked *