Google Analytics,What Is Google Analytics,Google Analytics

Google Analytics,What Is Google Analytics,Google Analytics কি হয়নমস্কাৰ বিচিটৰ কি আপোনাৰ মনত এনেকুৱা প্ৰশ্ন আহি আছে l যে Google Analytics  কি হয় Google Analytisce ৰে আমি কি কৰিব পাৰোঁ l Google Analytics আৰু Google Webmaster tools ৰ মাজত কি Defrencse  হয় l আজি আমি সেই ছবৰ কথা ডিচকাচ কৰিম l 


বনদু সকল মোৰ নাম ছাইবোল হয় আৰু আপোনালোকে জানিবলৈ বিচাৰে Google Analytics কি হয় তেনেহলে সেষলৈ পঢ়িবলৈ আনোৰোধ কৰিলোঁ আহক আৰম্ভ কৰো ====

What Is Google Analyticse

Google Analytics জিটো Google এ বনাইছে . আমাৰ Blogge বা Website ৰ কাৰণে Google Analytisce ৰে আমি আমাৰ Website ৰ এনালাইটিছ দেখিব পাৰোঁ l Google Analytisc ত একাউনট বনাবলৈ একদম ফিৰি হয় . একো পইচা নালাগে মাতৃ এটা Gmail Id হলেও Google Analytise Account Start কৰিব পাৰে . Google Analyticse ত এতিয়া ৰিজেচটাৰ কৰিবলৈ Linkত Click কৰক  

 Google Analytics ৰে আমি কি কি কৰিব পাৰীম  ? 

Google Analyticse ৰে আমি আমাৰ Website বা Blogge ৰ পোৰা জানকাৰি লব পাৰিম .
উধাহৰণ = Google Analytics ৰে আমি আমাৰ ৱেবচাইট বা বলঘ ডেইলি কিমান বিচিটৰ বিচিট কৰে দেখিব পাৰোঁ . আৰো কৰ পৰা আমাৰ ৱেবচাইটত আহিছে . ফেচবুকৰ পৰা বা ৰংকিগ হোৱা কোনো Keyboard  ৰ পৰা . বা ডাৰেকট আহিছে সেই চব  দেখিব  পাৰো*Google Analytics ত আমি এইটো দেখিব পাৰোঁ . বত্মাণ অৱস্থাত কিমান বিচিটৰ আমাৰ ৱেবচাইটত আছে . কোন জগাৰ পৰা আৰ আমাৰ ৱেবচাইটৰ কোনটো পেইজত আছে . আৰো আমি দেখিব পাৰো কোণটো দিন বা সপতাহ বা কোনটো মাহত কিমান বিচিটৰ বিচিট হৈছে .  এই চব আমি দেখিব পাৰোঁ …. Friend Google Anlyticse ত আপুনি জি দেখিবলৈ ইচ্ছা হয়  দেখিব পাৰে . 

Google Webmaster আৰু Google Analysis ৰ মাজত ডিফৰেণচ 

ডিফৰেণচ = এইটো Google Webmaster ৰে অকল Google  ৰ Information দিয়ে . কিন্তু Google Analysis  চে Google yahooo bing চবৰ Information আমাক দেখোৱায় 
 
কি লাভ হয়
আমি জানিব পাৰোঁ কি আমাৰ বেবছাইটত Trafik আহিছে নে নাই . আৰু যদি অহা নাই তেতিয়া আমি আমাৰ  ৱেবচাইট দেখিম কিহৰ কাৰণে অহা নাই . আমি সেই চব টিক কৰিব পাৰো .
 
বন্ধু সকল  আপোনালোকে বোজি পাই গলা দোয়োটো কি হয় .আৰু কি দেখিব পাৰোঁ আজি ইমানেই  ……………

Leave a Reply

Your email address will not be published. Required fields are marked *