What Is Affailiate mArketing,Affailiate, Affailiate Marketing কি হয়

What Is Affailiate mArketing,Affailiate, Affailiate Marketing কি হয়  ,,,,,,,,,,  নমস্কাৰ বন্ধুসকল আজি আমি আপোনাক কম . Affailiate Marketing কি হয়, আৰু Affailiat পৰা আমি কেনেকৈ, আৰু কিমান পইচা কমাই কৰিব পাৰিম . আজি আমি সেই বিষয়ে কথা পাতিম ,আহক আৰম্ভ কৰোঁ .

What Is Affailiate

Affailiate Marketing =এটা অনলাইন বিজনিচ হয় . যিটো বেলেগৰ বস্তু বিক্ৰি কৰি আমি বা  যিকোনো ৱে পইচা কমাব পাৰে, 
 উদাহৰণ = ধৰা আমাক যিকোনো মানুহ এজনে এটা মোবাইল দিচে . আৰু কৈছে, যদি মোবাইলটো  5000 হাজাৰৰ ওপৰত যিমান টকা ওপৰত বিক্ৰি কৰিব.  মোক 5 হাজাৰ দি বাকী চব তোৰ . এনেকুবা অনলাইনত আমাক কমপানিয়ে বস্তু দিচে, আৰু তেনেকোৱাই কইচে আমাক ইমান টকা দি বাকী পইছা তোৰ .

কোন কোন Company য়ে কইছে
 বেলেগৰ বস্তু বিক্ৰি কৰি পইচা কমাই কৰাৰ নাম আমি তলত কই আছো 
1. amazon.
2. flipcart.
3. shopcluse.
4. Go Dady.
5. Hostgeter.

নিশ্চয় জানক বিক্ৰি  কেনেকৈ বেচি বিক্ৰি কৰিব পাৰিম. 

কিমান পইচা কমাব পাৰিম 
যদি আপোনাৰ দিমাগ বেচি আছে তেনতে.আপুনি বহুত পইকা কমাব পাৰিব . কিয়নো আপুনি জানিব লাগিব আপোনাৰ বস্তু কত ডালিলে বা কি বস্তুৰ লিংক বনালে বেচি মানুহে লব . কিমান পইচা কওঁ যদি আপুনি ভাল এটা লিংক বনাই লৈছে . তেনতে মাহত 5ৰ পৰা 8 লৈ  কমাবপাৰে. 

Reade This Post
What Is Google Drive

বাই ভনী সকল এনেকৈ আমি বহু পইচা কমাব পাৰোঁ. তেতিয়া হলেই আজি আপুনি জানি পাইছে Affailiate কি হয় . আৰু কিমান পইছা কমাব পাৰিম, কি আপোনাৰ আৰু কিবা প্ৰশ্ন আছে সোধিব পাৰে

Leave a Reply

Your email address will not be published. Required fields are marked *