How To Make Money,Online Jobe For Assame

      No Comments on How To Make Money,Online Jobe For Assame

How To Make Money,Online Jobe For Assame ……….হা , হেল্ল বাই বন্ধু আৰু ডাঙৰ সৰু ভাই বনি সকল i আজি প্ৰথম পেইজ লিখি আছো প্ৰথম পেইজ আপোনাৰ কাৰণে বহুত মূল্যবান হব পাৰে l তেতিয়া আহ কি জানি লঔ কেনেকৈ পইছা কমাব 

 আজি আমি  খিকিম পইচা কেনেকৈ আৰু কৰ কৰ পৰা কমাব পাৰীম l কিয় আমাৰ চবৰ মনত সদায় এনেকুৱা প্ৰশ্ন আহে ,আৰু আমি ইন্টাৰনেটত সদায় বিচাৰি থাকো , আৰু ৰিজাল্টত জোনটো দেখোৱায় Result আমি কৰো l কিন্তু লাচটত আমাক এক পইচাও নিদিয়ে, মোৰ লগত এনেকুৱা বহুত হৈছে , আৰু মই এতিয়া কমাই আছোঁ জৰ পৰা সেই বিলাকৰ কথা কম *

মই আপোনা লোকক তিনিটা জগাৰ নাম কম জোন তিনিটাত যদি আপুনি হৈ যাব পাৰে Sucses তেন্তে ভাবি লোৱা লাইফ হৈগল , ঘৰত বহি থাকিলেউ পইচা আহি থাকিব জানিবলৈ বিচাৰে শেষলৈ পঢ়িবলৈ মিনতি কৰিলোঁ

Name For Online Money

1. Youtube 
2. Website Or Blogge
3. Affailiat Marketing
 

 Details For This Name

 

১.  Youtube= ত আপুনি এটা চেনেল বনাই পইচা কমাব পাৰে l
কেনেকৈ=  চেনেল বনাই আপুনি বিডিঅ আপলোড কৰিব আৰু জোন মানুহে আপোনাৰ বিডিঅ টো চাব আৰু তাৰ পৰা আপুনি পইচা কৰিব পাৰিব l

২. Blogger=  আপুনি এটা Website বা Blogge বনাই পইচা কমাব পাৰে l
 কেনেকৈ=  ধৰিলোৱা আপোনাৰ এটা  Website বা Blogge  আছে আৰু তাত Adsence Account ৰ এডড  লগাইছে জোন মানুহ তোমাৰ Website ত বিচিট l হব আৰু এডৰ উপৰত Click কৰিব , তাৰ পৰা আপোনাৰ Income হব Blogger কি হয় নাজানে তেতিয়া Link ত Click কৰক
৩. Affailiate =  জোনটোৰ পৰা আমি চবতকৈ বেচি পইছা কমাই কৰিব পাৰো l জোনটোত আমি বেলেগৰ Product Sell কৰি কমাব পাৰোঁ.Affailite marketing কি যদি নাজানে Link ত Click কৰি জানি লোৱা l 
তেতিয়া হলে বন্ধু সকল আজি আমি খিকি লৈছো আৰু জানিব পাৰিছো কৰ কৰ পৰা আমি পইচা কমাই কৰিব পাৰো l আৰো বেচি জানিবৰ কাৰণে আপুনি আমাৰ Website ত আৰু বহুখ পঢ়িব পাৰে

Leave a Reply

Your email address will not be published. Required fields are marked *