What Is YouTube?How To Earn Money Form YouTube?

      No Comments on What Is YouTube?How To Earn Money Form YouTube?
Hello Friend চবকে জনাইছো নমস্কাৰ.আজি আমি কথা পাতিম YouTube ৰ বিষয়.যে কি হয় YouTube কেনেদৰে আমাক পইচা দিয়ে.হয় আমি বহুতো এনেদৰে শুনিছো যে YouTubeএ  বহুতো পইচা দিয়ে.ইমান পইচা দিয়ে লাখপতি বনায় দিয়ে.তেনেহলে এই কথাটো খচানে? আৰু খচা যদি কেনেকে.জানিবলৈ হয় তেন্তে আজিৰ পাঠটো পঢ়ি যোৱা বোজি পাই যাবা.

What Is YouTube?

YouTube এটা Video Sharing Platform হয়.যোনটোট আমি আমাৰ মনৰ কথা Share কৰু.আৰু এই YouTube Platform টো Google ৰ হয়.একদম Free হয় একো পইচা নালাগে Video Upload কৰোতে আৰু চেনেল বনাওতে.

How To Earn Money Form YouTube?

কেনেদৰে পইচা আহে য়োটোবৰ পৰা?
 
চোৱা মই এটা সৰু উধাহৰনে বোজাবলৈ চেষ্টা কৰিম.ধৰিলোৱা এটা YouTube চেনেল বনাইচা .আৰু চেনেল বনাই ONE Video Upload কৰিছা.তেতিয়া হলে চোৱা এই Video ৰ পৰা পইচা নোপোৱা. Adsense Accountৰ পৰা পইচা পাবা.YouTube টো এটা জৰিয়া হয়.
কেনেদৰে এতিয়া বোজিলোৱা.
Example:- এখন দোকান আছে , আৰু দোকানত বিক্ৰী কৰি আচা যিকোনো চিম কাৰ্ডৰ Recharge.আৰু Customer অ আহি আছে Rcharge কৰিবলৈ.
 
এতিয়া যদি দোকান নাথাকে? আৰু নিজৰ ঘৰত পোচ্টাৰ লগাই বহি আছা. Recharge কৰি দিয়াৰ বাবে .কি Customerএ Recharge কৰিব.ঘৰত আহি?নহয় কেতিয়াও নাহিব – কিয়নো যিকোনো দোকান বা বজাৰত Recharge বিক্ৰী কৰা হয় বোলি চবে জানে – ঘৰত নহয়. এতিয়া চোৱা কি বোজিছাঁ .
 
মই এইটো কবলৈ বিচাৰো দোকানত বিক্ৰী হব Recharge.কিয়নো দোকান এটা জৰিয়া হয় Rechargeবিক্ৰী কৰিবলৈ.
 
তেনেদৰে YouTube এটা জৰিয়া হয় পইচা দিয়ে বেলেগ Adsense এ .YouTube ত অকল Video Upload কৰিব লাগিব. তাঁৰ পিছত Adsense ৰ Add  বাবে Conect কৰিব লাগিব.Adsense Account কি হয় যদি নাজানা ইয়াতে Click কৰা.আৰু জানিলোৱা Adsense Accountৰ বিষয়.

How Much Earn Money Form YouTube?

কিমান পইচা YouTube ৰ পৰা উপাৰ্জন কৰিব পাৰি?
 
হয় আপোনালোকে যেনেদৰে শুনি পাইছা যে য়োটোপৰ পৰা লাখ টকা উপাৰ্জন হয়.এই কথাটো সত্য হয়.তাৰো এটা আছে যদি জানিবলৈ হয় এই লিংকত কৰা.মই এইটোও কবলৈ বিচাৰো যিমান বেচি মানুহে YouTube ত Video চাব খিমানেই বেছি পইচা বেচি পাবা.

Typ For YouTube Channel For More Money

কি ধৰণৰ চেনেল বনালে বেছিকৈ পইচা পোৱা যায়.
 
চোৱা মই যদি কওঁ তেন্তে Technical চেনেলত বেছিকৈ পইচা Earn  হয়. কিয়নো আজি কালি বেছিবাগ Google  Add আহে Online Bank Account,Mobile Application,Loan Apply,Credit Card, Digital Wallet, এইবোৰৰ . সেইকাৰণে বেছি উপাৰ্জন হয়.

Typ For YouTube Channel For Low Earn Money

কোনবোৰ চেনেলত কম পইচা.
তলত List টো চোৱা:-
1) Funny Channel.
2) Beauty PLas  Channel.
3) Blogging Channel.
 
এইবোৰ চেনেলত চবতকৈ কম পইচা পোৱা যায়.কিয় জোন কম্পানিয়ে Google ত Add চলাই,সেই কম্পানিয়ে চবৰ আগতে Channel Typ বাচি চলায় Technical Channel .তেনেহলে Funny,Blogging এই চেনেলত কেনেদৰে আহিব Google এডড. সেই কাৰণ বহুতো কম পইচা Earn হয় .
 
Technical চেনেল যদি থাকে . তেনেহলে অকল YouTube ৰপৰা পইচা Earn নহয়. যিহেতু Sponsorship ত ও পইচা উপাৰ্জন কৰিব পাৰিবা.

Sponsorshipকি হয়?

মই অলপতে বোজাই দি আছো.ধৰিলোৱা এটা মোবাল এপৰ Agent  কৈছে . যে আমাৰ Mobile Apk ৰ বিষয় এটা Video বনাই তোমাৰ চেনেলত Upload কৰা.তেন্তে সেই সময় সি কব যে যদি তোমি আমাৰ Mobile Apk ৰ বিষয় Video বনোৱা তেনেহলে 1000 টকা দিম.এনেদৰে Sponsorship  লৈ ও পইচা উপাৰ্জন কৰিব পাৰিবা.

 

তেনেহলে আজি আপোনালোকে জানি পাইছা.যে YouTube ৰ পৰা কেনেদৰে পইচা উপাৰ্জন হয় . কেনেদৰে কোনটো Account এ পইচা দিয়ে.লগতে জানি পাইচা YouTube , Adsense Account কি হয়.চোৱা Sponsorship  ৰ বিষয় বেলেগ আৰু এটা Page ত আমি জানিম.
(Note)
যদি আপোনালোকে YouTube চেনেল বনাবলৈ ভাবি আছা.তেনেহলে আমাৰ চেনেল Assam Best YouTube Channel ত 70-80 টা Video আছে.Video কেইটা চাই এটা নতুন চেনেল বনাব পাৰিবা.
 
Informatin By Assam Bet

Leave a Reply

Your email address will not be published. Required fields are marked *