What Is TIN VAT CST ! Assamese

      No Comments on What Is TIN VAT CST ! Assamese

নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজৰে এজন মোৰ ভায়ে মোক সুধিলে.যে TIN Number নম্বৰ কি হয়. কত ব্যবহাৰ কৰা হয় আৰু কেনেদৰে নম্বৰ লব পাৰিম. যদি আপোনাৰ মনতো তেনেকৈ প্ৰশ্ন আহি আছে তেন্তে আজি জানিলোৱা TI VAT CST কি হয়. আৰু Tin নম্বৰ লবলৈ কি কি লাগে. হব পাৰে আগলৈ কামত আহিব পাৰে. তেতিয়া হলে আহক আমি আৰম্ভ কৰো. 
 

What Is TIN VAT CST

মোৰ ভাই Tin নম্বৰৰ ভাবে যদি জানিবলৈ হয়. তেতিয়া চবৰ আগত আৰু দুইটা জানিব লাগিব.কিয়নো এই দুয়োটা Tin নম্বৰৰ লগৰ হয়. তেন্তে সেই দুয়োটাৰ নাম হয় 1- VAT 2- CST.এতিয়া আহক জানিলও এই তিনিটা কি হয়. আৰু কত ব্যবহাৰ কৰা হয়. 

মোৰ ভাই চবৰ আগতে মই এটা উদাহৰণ দিম . যাতে বোজিবলৈ একদম সহজ হৈ যাব. 

Example:- ধৰিলোৱো তোমাৰ এখন দোকান আছে. আৰু সেই দোকানৰ বিক্ৰি 5 লাখৰ পৰা বেচি হয় যায়.তেন্তে সেই সময়ত আপুনি চৰকাৰক Vat Tex দিব লাগিব. Vat মানে হয় (Value Added Tax) . আৰু যদি 5 লাখৰ পৰা কম বিক্ৰি আছে তোমাৰ দোকানত. তেন্তে চৰকাৰক কোনো Tex দিব নালাগে. এতিয়া টো Tex কৰ পৰা উলাবা.হয় মোৰ ভাই Tex টো তোমি তোমাৰ Customer ৰৰ পৰা উলিয়াব লাগিব.যেনে 100 টকাৰ যিকোনো বস্তু বিক্ৰি কৰা .আৰু ধৰিলোৱা Tex টো হয় 20% .তেতিয়া সেই সময়ত বস্তুটো তোমি 120 টকা বিক্ৰি কৰিব লাগিব.আৰু এনেদৰে চবতো কৰিব লাগিব.

What CST

বন্ধু এই CST টো  দোয়োজনক দিব লাগে. 
EXAMPLE:- তোমাৰ এখন দোকান আছে .আৰু তোমি বিক্ৰি কৰিচা Online.  Example= AMAZON, FLIPCART,SNAPDEAL,PAYTM, বিক্ৰি কৰা .এনেদৰনৰ যিকোনো কম্পানীত যেতিয়া বিক্ৰি কৰা আৰম্ভ হয়.তেন্তে সেই সময়ত বেছিভাগ বেলেগ বেলেগ STATE ৰ পৰা অৰডাৰ আহিব.সেই সময়ত CST TEX দিব লাগিব. বস্তুটো 100 টকাৰ হক বা 1000 হাজাৰ টকাৰ হক দিব লাগিব.তেতিয়া এইটো বোজি পাইছা ছাগে.

What Is TIN Number?

TIN নম্বৰ একো নহয় ,এটা নম্বৰ হয়.জোনটোৰ পোৰা মিনিনং হয়. Taxpayer Identification Number আৰু এইটো UNIQUE নম্বৰ হয়. এই নম্বৰ যদি থাকে .তেন্তে তোমি  Ane TEX দিব পাৰিবা.কিয়নো দোয়োটাৰ লিংক এই নম্বৰৰ লগত থাকে.আৰু চৰকাৰক তোমি TEX দি আচানে নাই .চৰকাৰেও এই নম্বৰে জানিব পাৰিব. আৰু যিমান TEX দিবা এই নম্বৰে দিব লাগিব.

Documents Required For Tin Number?

মোৰ ভাই তলত যিমান ID মই কই আছো.এই চব আপোনাৰ ওচৰত থাকিব লাগিব.নহলে Tin নম্বৰ বনাব নোৱাৰিবা.
1) PAN CARD.
2) VOTER CARD.
3) ADDRESS PROOF.
4) 6 PHOTOGRAPH.
5) AADHAAR CARD ( Optanial)

ইনাটাৰনেটৰ পৰা পইচা কেনেদৰে উপাৰ্জন কৰিব পাৰিবা.

By Tin Number In Assam

আসমত কেনেকৈ লব পাৰিবা?

মোৰ ভাই Tin নম্বৰ লবলৈ 2 ধৰণ পাৰিবা.এটা হয় Online আৰু এটা হয় Offline .Offline ললে কোনো এজন এজেন্টৰ পৰা লব লাগিব.আৰু Online ললে তোমি নিজে লব পাৰিবা.লবলৈ তলৰ বটনত কিলিক কৰা.আৰু ফৰমটো পোৰা ফিলাপ কৰি কৰি দিয়া.
Online Apply Tin Numer By NSDL

(Note)
কিন্তু এটা কথা মনত ৰাখিবা.যদি Offline লোৱা তেন্তে10-20 হাজাৰ টকা ও লাগিব পাৰে.আৰ যদি চীনা জনা হয় তেন্তে সেইটো কিমান হব মই কব নোৱাৰো.আৰু যদি Online Apply কৰা তেন্তে 5 হাজাৰ টকাত হৈ যাব 100%.যোনটো লিংক ওপৰত উল্লেখ কৰিছো সেই লিংকে ৰিজেচটাৰ কৰিব পাৰিবা.
বহুত ৱেবছাইট ফেক আছে ছাই কৰিবা.Online কৰিবা কিন্তু Apply টো এজেন্টৰ উচৰত জাবগৈ.

TIN VAT CST Q? Ans.
আপোনাৰ প্ৰশ্ন.


কি Tan নম্বৰ ললে চব হয় জাবনেকি?
-হয় আপুনি যদি নম্বৰ লয়.তেন্তে VAT CST এই চব পাইজাবা একেলগত.


তেতিয়া আজি আপুনি জানি পাইছা আৰু বোজি পাইছা Tan নম্বৰ কি হয়.যদি ৰিজেচটাৰ কৰাত কিভা অসুবধা হয় মোক জনাবা.মোৰ য়োটোব চেনেলত খিকাম.আপোনাক Videoৰ মাধ্যমেৰে. আৰু লাচ্ট এটা ৰিকোয়েচ্ট থাকিল.যদি এতিয়া আমাৰ মোবাইল এপটো ডাওনলোড কৰা নাই.তেন্তে তলৰ লিংকত কিলিক কৰি ডাওনলোড কৰি লোৱা.
Mobile Apk By Assam Best

Leave a Reply

Your email address will not be published. Required fields are marked *