What is Paytm GOLD ! How To By Paytm Gold In Assamese

Hello Friend আজি আমি জানিম যে Paytm Gold কি হয়? কেনেদৰে কিনিব পাৰিম.আৰু Paytm Gold ৰ পৰা কি লাভ হয় আমাৰ? লগতে জানিম যদি আমি Paytm Gold কিনো. তেন্তে আমাৰ হাতত GOLD টো পাম নে নাই. আৰু যদি আমি আমাৰ হাতত আনিবলৈ বিছাৰো তেনেহলে কি কৰিব লাগিব.আৰু আমাৰ হাতত মানে ঘৰত আনিবলৈ আমি কিমান Payment  দিব লাগিব.আৰু জানিম Paytm Gold টো ব্যবসায় হিচাপে আৰম্ভ কৰিব পাৰিমনে.তেনেহলে আহক আজিৰ টপিকলৈ আমি আগোৱাই যাওঁ.
 

What Is Paytm Gold?

চবৰ আগতে জানিলৌ যে Paytm Gold কি হয়.
 
চোৱা আমি চবে শুন নিচ্ছয় চিনি পাওঁ. জোনটো ইংৰাজীত Gold বোলি কয়. তেনেহলে চোৱা যদি আমি শুন লবলৈ বিচাৰো আমি দোকানত যাব লাগে.আৰু দোকানত গৈ আমাৰ যিমান শুন লাগে পইচাৰে আমি কিনি লওঁ.বা আমি যদি সূণৰ বেপাৰ কৰিবলৈ হয়, তেনেহলেও আমি যিকোনো কম্পানীৰ পৰা কিনি তাঁৰ পিছত আমি আমাৰ বেপাৰত ব্যবহাৰ কৰো. এতিয়া যদি মই কওঁ যে Paytm ৰ পৰা আমি শুন কিনিব পাৰো (তেনেহলে কেনেকোৱা হব)হয় মোৰ ভাই আমি Paytmৰ পৰা Gold কিনিব পাৰো. কেনেদৰে তলত চোৱা.

What Is Required Baying Paytm Gold

চোৱা আমি Paytm ৰ পৰা যদি GOLD কিনিবলৈ হয়. তেনেহলে চবৰ আগতে আমাৰ ওচৰত হব লাগিব PAYTM ACCOUNT .লগতে ও হব লাগিব PAYMENT (RUPEE).যদি আমাৰ ওচৰত PAYTM& RUPEE হয়.তেন্তে আমি ONLINE GOLD  কিনিব পাৰিম.
কেনেদৰে মই কই আছো.

Paytm Gold Baying Facility

আমি Paaytm ৰ পৰা যেতিয়া GOLD কিনিম.যিমানেই হক না কিয়.সেই টো Digital  হিচাপে Online  থাকি যাব.যোন সময় আমাৰ মন যাব সেই সময় আমি আমাৰ Paytm Gold টো আমাৰ ঘৰত BY COURIER ৰে আনিব পাৰিম.
 
Example= আমাৰ Paytmত GOLDহৈ গৈছে 1গ্ৰাম .আৰু এতিয়া মন গৈছে আমাৰ GOLD টো আমাৰ ঘৰত আনিবলৈ.আনিবলৈ হলে আমি আমাৰ পোৰা Address দিব লাগিব. যেনেদৰে আমি Online ৰ পৰা কিবা বস্তু Order কৰো তেনেদৰে চেম হয়.এতিয়া মনত প্ৰশ্ন আহি আছে যে কিমান টকা লাগে কিনিবলৈ.আৰু যদি বিক্ৰী কৰিবলৈ বিছাৰো কিমান টকাৰে পাৰিম?

What Is Paytm Gold Baying And Selling Price

চোৱা সুনৰ দামটো আমি চবে জানো যে মিণিটত সলনি হৈ থাকে বজাৰত.তেনেদৰে Paytm ত ও সুনৰ দামটো মিনিটত কম বেছি হৈ থাকে.আৰু বিক্ৰীৰ কথা এতিয়া বোজি নাপাবা আৰু অলপ পঢ়ি যোৱা বোজি পাই যাবা যে কিয় মই কৈছো বিক্ৰীৰ কথা.
 
তেনেহলে চোৱা যদি শুন আমি বিক্ৰী কৰিবলৈ যাওঁ .তেনেদৰে Rate কম বেছি হয়ে থাকে.কিন্তু এটা কথা মন দিবা.Gold কিনাৰ দামটো হৰ সময় বেছি থাকে.আৰু Gold বিক্ৰী কৰাৰ দামটো অলপ কম থাকে.
 
এতিয়া প্ৰশ্ন আহি আছে যে কেনেদৰে কিনিব পাৰিবা আৰু কিমান টকাৰে কিনিব পাৰিম.
1) চোৱা যদি Paytm GOLD কিনিবলৈ হয় তেন্তে চবৰ গতে Paytm Application খুলি লবা, 
2) তাঁৰ পিছত Gold Option ত ক্লিক কৰিবা.
3)  তাঁৰ পিছত তাৰ পৰা কিনিব পাৰিবা.
assambest
 
আৰু কিমান টকাৰে কিনিব পাৰিবা যদি মই কওঁ. তেনেহলে চোৱা জিমান টকা ইচ্ছা হয় খিমান টকাৰে কিনিব পাৰিবা.যদি 2 টকাৰে কিনিবলৈ বিচৰা তেনেহলেও অ পাৰিবা.যিমান টকা দিবা খিমানেই GOLD পাবা.তেনেহলে নিচ্চয় এই কথাখিনি বোজি পাইছা.এতিয়া আহক আমি জানে যে ব্যবসায় কেনেদৰে কৰিম (মানে বেপাৰ কেনেদৰে কৰিম)

How To Paytm GOLD Business 

মই ইয়াতে এটা Example দি বোজাবলৈ চেষ্টা কৰিম .যেনে ধৰিলোৱা আমি Payytmত GOLD কিনিছো 100 টকাৰে.আৰু আমি ভাবিলো যে আমাৰ PAYTM GOLD LOCKERত যিমানে GOLD আছে, আমি বিক্ৰী কৰিবলৈ .তেনেহলে সেই সময় ONLINNE ৰ মাধ্যমেৰে আমি  যিমানেই GOLD আছে চব বিক্ৰী কৰিব পাৰিম.
এতিয়া প্ৰশ্ন আহি আছে যে আমাৰ কি লাভ হব?
 
চোৱা লাভ এনেদৰে হব=  মই আগতেই কৈছো যে GOLD ৰ দামটো হৰ সময় সলনি হৈ থাকে.এতিয়া ধৰিলোৱা আমি কিনিছো 100 টকাৰে.আৰো 1 MONTH পিছত আমি দেখিব পাইছো যে বিক্ৰী কৰাৰ দামটো বাঢ়ি গৈছে.তেন্তে সেই সময় যদি আমাৰ GOLD টো বিক্ৰী কৰি লওঁ.তেতিয়া হলে আমাৰ লাভ হৈ যায়.তেনেহলে চোৱা যদি ব্যবসায় কৰিবলৈ বিচৰা .তেন্তে প্ৰথম কিনিব লাগিব আৰু যেতিয়া দাম বাৰী যাব সেই সময় বিক্ৰী কৰিব লাগিব.
আপোনাৰ মনত প্ৰশ্ন আহি আছে যে GOLD টো বিক্ৰী কৰাৰ পিছত আমি পইচাটো কত পাম?

Paytm GOLD  Selling Money Deposited Process

চোৱা যেতিয়া GOLD বিক্ৰী কৰিবা PAYTM ৰে সেই সময় বেংকৰ Information আহি যাব.যে কোনটো বেংকত পইচা লবলৈ বিছাৰি আছা .সেই বেংকৰ Account নম্বৰ আৰো নাম দিব লাগিব.তাঁৰ পিছত যেতিয়া বিক্ৰী কৰিলবা 24 ঘণ্টাৰ ভিতৰত IMPS ৰ মাধ্যমেৰে পইচা আমাৰ বেংকত জমা হৈ যাব.
 
যদি আপোনালোকে শুন লবলৈ বিছাৰি আছা.আৰু YOUTUBE VIDEO চাবলৈ বিচাৰি আছা.তেনেহলে আমাৰ ASSAM BEST চেনেল ৰ পৰা VIDEO চাই সৃণ কিনিব পাৰিবা.মই VIDEO ত শুন কিনি দেখোৱাইচু লগতে বিক্ৰী কৰিও দেখোৱাইচো.
 
তেনেহলে চোৱা আজি আনি খিকিব পাৰিছোঁ যে Paytm Gold কি হয়.কেনেদৰে আমাৰ লাভ হয় .আৰু কেনেদৰে আমি সৃণ বেপাৰ কৰিব পাৰিম.নিচ্চয় বোজি পাইচা.যদি বোজা নাই তেনেহলে আমাৰ Facebook Page ৰে মোৰ লগত Contect কৰা.মই আপোনাক নিচ্চয় সহাই কৰিম. বাই

Leave a Reply

Your email address will not be published. Required fields are marked *