What Is Paypal Account,Paypal Account কি হয়,Asaamese

হেল্ল ভাই বন্ধু সকল আপুনি জানে নেকি Paypal Account  কি হয় . আৰু আমি কথ কথ Paypal Account ব্যৱহাৰ কৰিব পাৰোঁ .যদি আপুনি নাজানে তেতিয়া আজি আমি Paypal Account ৰ বিষয়ে কম কি হয়? আৰু কথ কথ ব্যৱহাৰ কৰিব পাৰোঁ.দি আপুনি যানিব বিচাৰে তেন্তে শেষলৈ পঢ়িবলৈ  অনোৰুধ কৰিলো আহা আৰম্ভ কৰো 

What is Paypal Account, Paypl Account কি হয়? 

Paypal Account এটা Digetel Bank বা Online Bank হয় .জোনটোৰে আমি কাৰোবাক পইচা পঠাব পাৰোঁ বা  কাৰোবাৰ পৰা পইচা আনিব পাৰো. Paypal Account অকল India ত নহয় পোৰা Worldত তো আমি ব্যৱহাৰ কৰিব পাৰোঁ.  World ৰ যিকোনো জগাৰ পৰা আপুনি Tranclaction কৰিব পাৰে ,একো অসুবিধা নাই .
পইছা পটালে কি কৰিব লাগিব 
Friend  আপুনি যদি কাৰোবাক পইছা পাঠাব বিচাৰে. তেন্তে আপুনি আপোনাৰ বেংক একাউনট এডঢ কৰিব লাগিব ..
যেনে = Bank Account Number, Bank IFCC Code.Bank Name.জি Details লাগে আপুনি দিব লাগিব. আৰু যদি আপুনি কৰবাৰ পৰা পইছা আনিব বিচাৰে তেন্তে . আপুনি আপোনাৰ Debite Card Add কৰিব লাগিব. তাৰ পিছত আপুনি পইছা আনিব পাৰিব

নিচ্ছয় পঢ়িব
Domain Name ki Hoi
Blogge Ki Hoi

 কিয় Paypal ব্যৱহাৰ কৰো আমি 
যেনেদৰে মানিলোৱা আমি আমাৰ Famaly বা নিজৰ যিকোনো মানুহক পইছা পঠোবলৈ হলে . আমি কোনো বেংকৰ চাহাৰা বা কোনো Money Sheva কেনদ্ৰত জাব লাগে. আৰু যেতিয়া আমি অলপ পইছা পঠাবলৈ বিচাৰো তেতিয়া তাক আমি কিবা charge দিও . কিন্তু যদি আপোনাৰ ওচৰত এটা Paypal Account হয় . তেতিয়া কাৰোবাক একো Charge দিব নালাগে .আৰু যদি কওঁ Online বহুত Website আছে. Online কাম কৰো .সেই পইছাটো আমি Paypal Account ৰে Received  কৰিব পাৰো. এনেদৰে বহুত জগাত Paypal Use কৰিব পাৰোঁ .

কি Paypal Safe Hoi.

হয় একদম Safe হয় একো Problem নাই .মই ৫বছৰৰ পৰা Paypal Account Use কৰি আছোঁ আজিলৈকে একো Problem পোৱা নাই .আৰু এটা কথা যিমান Online ত পইচাৰ লেন দেন আপুনি কৰে .চোৰি হোৱা আৰু নোহোৱা চব নিজৰ মাজত .

তেতিয়া আমি আপোনাক বোজাব পাৰিছো Paypal Account কি হয় আৰু কিয় ব্যৱহাৰ কৰো .যদি আপুনি এই Post ৰ বিষয়ে কিবা প্ৰশ্ন আছে. তেন্তে কমেন্টম লিখক আপোনাৰ প্ৰশ্ন আমি আপোনাৰ উত্তৰ দিম নিচ্চয় .আজিলে ইমান আগলৈ মিলি থাকিম

Leave a Reply

Your email address will not be published. Required fields are marked *