What Is Passport ECR And NON ECR Assamese

      No Comments on What Is Passport ECR And NON ECR Assamese

Hi FRIEND কি আপোনালোকে জানানে ECR – NON ESR কি হয়. হয় আমি যেতিয়া PASSPORT বনাবলৈ যাওঁ. সেই সময় আমাৰ PASSPOR ত  ECR STAMP আহি যায় . কিন্তু আমি বহুতো তেনেদৰে আছো এইটো কি হয় নাজানো.তেতিয়াহলে আজি আমি জানিম ECR কি হয়.লগতে জানিম NON RCR কি হয়.আৰু জানিম দুয়োটাৰ মাজত কি পাৰ্তক্য আছে.গতিকে আজিৰ এই PAGE টো ভাল দৰে মন দি চোৱা. লগতে বোজিবলৈ ও চেষ্টা কৰিবা. আশা কৰিলো মই .তেনেহলে আহক আমি আৰম্ভ কৰো.

Ecr And Non Ecr Full Minning

তেনেহলে চোৱা আমি একদম চটকাৰ্টত বোজিবলৈ চেষ্টা কৰিম.
 
= চোৱা ECR ফোল মিনিং হল CHECK EMIGRATIONREQUATDE .আৰু NON ECR মানে হল CHECK EMAGRETION NOT REQUARDE. এতিয়া আহক আমি জানিলঐ ECR কি হয়.

 What Is ECR?

ECRৰ ফোল মিনিং আমি জানিব পাৰিছোঁ. তেতিয়া হলে এই কাৰণে আমাৰ PASSPORTত থাকে.
যেনে :- ধৰিলোৱা আমি বিদেখত যাম আমাৰ দেশৰ পৰা .এনেদৰে জগাত যদি আমি যাবলৈ বিছাৰো. Example:- Kuwait. Dubai. Sodi Arabia কিন্তু আমাৰ Passport ত আছে ECR .সেই সময় আমি জল্দি যাব নোৱাৰিম. কিয়নো আমাৰ Passport ত আছে ECR.কিন্তু আপোনালোকে ভাবি আছা যে আমি কেতিয়াও যাব নোৱাৰিম. নহয় এইটো নাভাবিবা. আমি যাব পাৰিম এটা কনডিচনত. 
 
কনডিচন কি হয়. 
 
ধৰিলোৱা আমি কামৰ কাৰণে বাহিৰত গৈ আছো. সেই সময় আমাৰতো এখন অৰ্ডাৰ চাৰ্টিফিকেট থাকিব জোন খন আমি ভিছা বোলি কওঁ.তেতিয়া সেই সময়ত আমাক পাৰ্মিচন দিয়া ভাৰতৰ বাহিৰত যোৱাৰ বাবে. চৰকাৰী এজেন্ট সকলে আমাৰ পোৰা ভিছাখন ভেৰিফাই কৰিব.

তেওঁলোকে কি কি চেক কৰিব. 
চোৱা তেওঁলকে এইটো চেক কৰিব যে আমাক কোনোবায় বেল্কমেইল কৰিছে নেকি.আমাক কোনোবাই ফচাই লৈ গৈ আছে নেকি.আৰু বহুতো অন্যান্য ছেকিং কৰিব.আৰু এইবোৰ চেকিং কৰিবলৈ 3 মাহৰ পৰা 4 মাহ সময় অ লাগি যায়.আৰু সেই সময় ভাৰতৰ পৰা বাহিৰত যাবলৈ বহুতো দিন লাগি যায়. কিন্তু যেতিয়া চব ছেকিং হৈ যাব .তাঁৰ পিছত যাব পাৰিবা.
 

এতিয়া প্ৰশ্ন উঠি আছে কি এবাৰ যদি পাৰমিচন পাই যাওঁ.কি আগলৈ আৰু নালাগে নেকি?

Ans:-  লাগিব.
 
যেনে:-  এবাৰ উভতি বিদেশৰ পৰা আকৌ ভাৰতত আহি যাবা. আৰু তাঁৰ পিছত আকৌ যাবলৈ বিছাৰি আছা. সেই সময় তেনেদৰে আকৌ চেকিং পোৰা হুৱাৰ পিছত আকৌ যাব পাৰিবা.
 

What Is Non ECR?

এতিয়া আহক জানিলৌ Non Ecr কি হয়. চোৱা যদি মই Non ECR ৰ কথা কৌ . তেন্তে উপৰত জি কথাবিলাক কৈছো চবৰ বিপৰীত হয়.
যেনে:- আমাৰ একো চেকিং নহব.আমাৰ যোৱাৰ ৰাস্তা ডাইৰেক্ট খোলা থাকিব.যনটো দেশত যাবলৈ বিচাৰো সাইটো দেশত আমি যাব পাৰো.কিয় আমাৰ Passport খন Non ECR হয়.গতিকে চেষ্টা কৰিবা হৰ সময় Non ECR Passport বনাবলৈ. কিন্তু আমি চবে এই খন নোপোৱাৰ কাৰণ সমূহ তলত চাই লোৱা..

 Passport Non ECR Condition 

মই কবলৈ বিছাৰো যদি 10Th Classপাচ Markshet হয় , বা যদি Income Tex দিও .বা আমাৰ ঘৰৰ পৰিয়ালৰ মাজত যদি কোনো এনেদৰে ব্যক্তি আছে চৰকাৰী চাকৰি কৰা. তেন্তে আমি Non ECR Passportবনাবলৈ পাৰিম. ইয়াৰ মাজত এটা প্ৰশ্ন আহি আছে. যে আমাৰ Passport Ecr নে Non Ecrকোনে বাৰু চিনি পাব
 

চোৱা মই বেছিকৈ দেখি পাইচো Passport আগৰ বিলাকত ECR Stamp থাকি যায়. তাঁৰ পিছত দেখিব পাইছো ECR লিখা থাকে আৰু এতিয়া যদি বনোৱা Passport ৰ ৰং বেলেগ থাকে. গতিকে এইটো কেতিয়াও নাভাবিবা যে কোনেও চিনি নাপাব বোলি.

 
এতিয়া প্ৰশ্ন আহি আচে যে ইমান School কৰা নাই .আৰু আমি কোনো Tex দিয়া নাই. বা আমাৰ ঘৰত চৰকাৰী চাকৰি কৰা মানুহ নাই.তেতিয়া সাই সময় কেনেদৰে আমি বনাবলৈ পাৰিম? 

চোৱা যদি ভবা ECR ৰা Non ECR বনাবলৈ. তেন্তে বহুতো পইচা লাগিব 30 পৰা 50 টকালৈ.আৰু যদি এনেকৈ কৰা তেন্তে নিজৰ লচ হব. আৰু খলনি কৰিবা ESR ৰা Non ECR .সেইটো চৰকাৰৰ ফালৰ পৰা কৰি নিদিয়া হয়.এইটো (Brokker)বিলাকে কৰি দিয়ে. 
 

Why ECR And Non Ecr Checking Govermant

কিয় ছেকিং কৰে?
যেনে:- আমাৰ মেট্ৰিক পাচ চাৰ্টিফিকেট নাই. সেই কাৰণে চেকিং কৰি আচে . কিয়নো যদি আমি মেট্ৰিক পাচ কৰিলো হয়. আমাৰ Passport ত নাথাকিলে হয় ECR . আমি নিজে ভাল দৰে ভিছাখন চাব পাৰিলো হয়.যে আমি কত গৈ আছো কি কাম কৰিবলৈ গৈ আছো .কোনেও ফচাইতো লৈ নগই আছো. সেইটো আমি নিজে জানিলো হয়. কিন্তু আমাৰ যে একো পঢ়া নাই আমি এতিয়া কি জানিম. সেই কাৰণে চৰকাৰে এই টো System ৰাখিছে
বনাবলৈ অসমত কি কি লাগে
জানিবলৈ কিল্কি কৰা.
 
চোৱা আজি খিকিলৈছো Passport ECR আৰু Non ECRৰ বিষয়. তেন্তে নিচ্চয় বোজি পাইছা কি ECR আৰু Non ECRহয়.কি পাৰ্তক্য হয়. যদি কিবা আৰো সৃধিব আছে. আৰু জানিব আছে .মোক কমেন্ট কৰা বা আমাৰ YouTube Channel ৰ পৰা আৰু জানিব পাৰিবা. বা আমাৰ Facebook ত অ Contect কৰি সূউধিব পাৰিবা…
বাই Informatinon By Assam best

Leave a Reply

Your email address will not be published. Required fields are marked *