What Is Gst, Gst Full Information Assamese

      No Comments on What Is Gst, Gst Full Information Assamese

Hi Friend আজি আমি এই Post ৰ জৰিয়তে জানিম. যে GST কি হয় আৰু GST অহাৰ কাৰণ আমাৰ বাবে লাভ হৈছেনে লছ হৈছে. তেনেহলে আহক আজিৰ লেচকাৰ আৰম্ভ কৰো.

What Is GST Full Meaning

চোৱা GST ৰ Full Meaning হয় Goods and Services Tax. 

Goods:- মানে হল যিবোৰ বস্তু আমি দেখিব বা ধৰিব পাৰো যেনে:- Mobile, Any Dress,Tv,

Services:- মানে হল যিবোৰ বস্তু অকল আমি অনুভব কৰিব পাৰো দেখিব নোৱাৰো.
যেনে:- Move Ticket, Resturent Food Etting.
TAX:- মানে হল যোনটো আমি চৰকাৰক দিও সেইটো.
বন্ধুসকল TAX আকৌ 2 ধৰণৰ হয়.
যেনে:- Direct Tax. Indirect Tax

Direct Tax:- এইটো হয় যোনটো আমি Direct চৰকাৰক দিও যদি আমাৰ Tax ৰেইটৰ পৰা বেচি Income হৈ যায়.
Indirect Tax:- এইটো হয়.
যেনে:- Sales Tax, Entertainment Tax, Service Tax, Custom Duty, Excise Duty,
Sales Tax:- মানে যিকোনো বস্তু বিক্ৰী কৰাৰ সময়ত জোনটো Tax দিও.
Service Tax:- এইটো হয়  আনি যদি কিবা Service লওঁ.
যেনে:- হোটেল বোকিং. Any Repear… Ect
Entertainment Tax:- এইটো হয় যিকোনো Ticket কৰোতে যোনটো Tax দিও সেইটো,
যেনে:-  চিনেমা Ticket, Drama, ETC
Custom Duty:- এইটো হয় যদি আমি India দেশৰ পৰা বেলেগ দেশলৈ কিবা (Import)আনো বা পটাও (Export) কৰো সেইটো হয়.
Excise Duty:- এইটো হয় জোনবো বস্তু আমি India দেশৰ ভিতৰত এটা State ৰ পৰা বেলেগ State লৈ Importবা Export কৰো সেইটো হয়.

তেতিয়া চোৱা এনেদৰে বহুতো TAX আছে, যোনবোৰত আমি Tax দিও.কিন্তু এই যিমান Tax আছে. ছব মিলাই এটা হৈছে জোনটোৰ নাম হয় GST আৰু 1 জোলাই 2017 Yars ত আমাৰ দেশত আৰম্ভ কৰা হৈছে.

  • Type Of GST?

বন্ধুসকল GST আকৌ 3 ভাগত হয়.

Example:-

S-GST
C-GST
I-GST

S- GST:- এইটো হয় জোনটো আমি আমাৰ State Government ক দিও.
C-GST:- এইটো হয় জোনটো আমি Centrel Government ক দিও.
I-GST:- এইটো হয় জোনটো আমি Centrel Government আৰু State Government দোয়ো জনক দিওঁ.
  • এতিয়া আহক আমি জানো যে আগৰ আমাৰ Tax কাৰণে ভাল আছিলনে GST আমাৰ কাৰণে ভাল হৈছে. মই ইয়াতে Photo ত বোজাবলৈ চেষ্টা কৰিম. তলৰ ফটোখন চাই লোৱা. এই ফটোত থকা Example দিম.
চোৱা যদি আমাৰ ওচৰত Any Product আহিবলৈ হয়. তেন্তে বহুতো Leval পৰা হৈ আহে.
যেনে:- ধৰিলোৱা Tax হয় 10%
1) এতিয়া Producer ৰে এটা বস্তু বনাইছে. বস্তুৰ টোটেল দাম হল.50 টকা. আৰো তেওঁ যেতিয়া Wholsaler ৰৰ ওচৰত বিক্ৰী কৰিছে সেই সময় তে দিলে Tax 5 টকা.
  • এতিয়া বস্তুৰ দাম হৈ গল 55 টকা.

2) Wholsaler ৰে যেতিয়া বস্তুটো কিনি আনিলে 55 টকাৰে. তেওঁ কলে জে মই বস্তুটো আনিছো গতিকে মই 5 টকা লাভ কৰিম.

  • এতিয়া বস্তুৰ দাম হৈ গল 60 টকা.
তাঁৰ পিছত Whol Saler ৰে আকৌ দিব লাগিছিল Tax 6টকা.
  •  এতিয়া বস্তুৰ দাম হৈ গল 66 টকা.

3)এতিয়া দোকানদাৰে কিনি আনিলে 66 টকাৰে Wholsaller ৰৰ পৰা .দোকানদাৰে যেতিয়া বিক্ৰী কৰিব আমাৰ ওচৰত.তেওঁ ভাবিলে যে মইয়ো ইয়াৰ পয়া লাভ কৰিম 5 টকা.

  •  এতিয়া হৈ গল বস্তুৰ দাম 71টকা.

লগতে তেওঁ দিলে আকৌ 71 টকাৰ Tax 7 টকা.

  •  এতিয়া আমি কিনিব পাইছো 78 টকাৰে.
  • চোৱা 50 টকাৰ বস্তু আমি 78 টকাৰে কিনিব লাগিছে.

এতিয়া আহক জানো যে চলিত GST কেনেদৰে হয়.

যেনে:-
1) Producer ৰে এটা বস্তু বনালে 50 টকাৰে মূট পইচাৰে.আৰু তেওঁ 10% Tax দিলে 5 টকা .
  •  এতিয়া মূট পইচা হৈ গল 55 টকা.

2) তাঁৰ পিছত এইটো Wholsaller এ কিনি আনিলে 55 টকাৰে. আৰু তেওঁ ভাবিলে মইয়ো 5 টকা লাভ কৰিম.

  •  এতিয়া বস্তুৰ দাম হৈ গল 60 টকা.

কিন্তু এতিয়া মন দিবা তেওঁ অকল 5 টকাৰ Tax দিব 1 টকা. জোনটো তেওঁ লাভ ধৰিছিলে সেইটোৰ. কিয়নো 50 টকাৰ TAX Alredy দিয়া হৈগল যোনটো Tax Produser  দিলে. এতিয়া আকৌ পোৰা দিব নালাগে. অকল লাভৰ টকাৰ Tax দিব.

  • এতিয়া বস্তুৰ দাম হৈ গল 61 টকা.

3) তেনেদৰে দোকানদাৰে 61 টকা কিনি আনি. তেওঁ ভাবিলে ময়ো 5 ট কা লাভ কৰিম. 

  • এতিয়া বস্তুৰ দাম হৈ গল 66 টকা.

এতিয়া দোকানদাৰে চেইম তেনেকৈ TAX দিব. তেওঁ যিমান টকা লাভ কৰিব সেইটোৰ দিব. কিয়নো আগৰ পৰা এই বস্তুত TAX দিয়া হৈ গল সেই কাৰণে.

এতিয়া যদি তেওঁ TAX দিয়ে তেন্তে বস্তুৰ দাম মূট হৈ যাব 68 টকা.
  • আৰু এই টকাৰে আমি কিনিব লাগিব . 

এতিয়া কোৱা আগৰ আমাৰ Tax  ভাল আছিলনে. এতিয়াৰ TAX  আমাৰ কাৰণে ভাল হয়, কমেন্ট কৰি জনোৱা মোক.যদি বোজি পাইছা.

তেনেহলে চোৱা আজি আমি জানি পাইছোঁ What Is Gst , আৰু আমাৰ কাৰণে ভাল হৈছেনে বেয়া হৈছে. তেতিয়া আজিলে ইমানেই আগলৈ মিলিম আৰু এটি  Information লৈ বাই..

Leave a Reply

Your email address will not be published. Required fields are marked *