What Is Cheque And Cheque Bounce In Assamese

      No Comments on What Is Cheque And Cheque Bounce In Assamese
নমস্কাৰ জনাইছো চবকে আজি আমি জানিম Cheque কি হয় কিয় আমি ব্যবহাৰ কৰো.আৰু লগতে জানিম Cheque Bounce কি হয়, আৰু Cheque Bounce হলে কেনেদৰে আমি পোলিচ মুক্তি পাবলৈ পাৰু.তেনেহলে আহা এতিয়া আমি আৰম্ভ কৰো.

What Is Cheque?

চবৰ আগতে জানিলোৱা Cheque কি হয়?
চোৱা মই এটা উধাহৰন দি বোজাবলৈ চেষ্টা কৰিম.যেনে ধৰিলোৱা আমি কাৰোবাক পইচা দিবলগীয়া আছে.পইচাটো হব পাৰে 1000 বা 20000..আৰু ভাবি আছো বেংকত নাজাম বা ATM Machine ত নাযাওঁ .সেই সময় আমি সেই জনক Cheque দিব পাৰো.যিমান পইচা আছে দিব সিমানেই.আৰু যাকো আমি Cheque  লিখি দিম তেও বেংকৰ পৰা পইচা লব পাৰিব আমাৰ Bank ৰ পৰা.তেনেহলে এতিয়া নিচ্চয় বোজি পাইছা Cheque কি হয়.
 

What Is Cheque Bounce?

এতিয়া আহক জানো Cheque Bounce কি হয়.?
Cheque Bounce মানে হয়,Cheque খনৰে আমি পইচা উঠাব নোৱাৰিম.আহক আমি ভালকে বোজো কিয় নোৱাৰিম.
যেনে:- ধৰিলোৱ আমি কোনোবাক চেক দিছো 10000 টকাৰ .এতিয়া আমি যোনখন বেংকৰ লিখি দিচো সেই বেংকত টকা 10000  নাই. মানে 10000 টকাৰ পৰা কম পইচা আছে.তেতিয়া সেই সময় Cheque Bounce হৈ যাব. কিয়নো এতিয়া যাকো আমি Cheque লিখি দিছো তেওঁ Cheque খন লৈ বেংকত যাব.আৰু বেংকত যোৱাৰ পিছত তেওঁক বেংকে পইচা নিদিব. কিয়নো আমাৰ বেংকত 10000 ইমান পইচা নাই.তেনেহলে এনেদৰে হৈ যায় Cheque Bounce.অকল পইচা নথকাৰ বাবে বোলি নাভাবিবা অন্যান্য আৰু কাৰণ আছে. কেইটামান কাৰণ মই তলত উল্লেখ কৰি আছো.
(1) Less Money,
(2) Name Mistack,
(3) You Singanetur,
(4) Date Missing
(5)  EXT
 
1) যদি আমাৰ বেংকত পইচা নাথাকে যিমান পইচা আমি Cheque  লিখি দিছিলো.

2) যদি আমি 
Cheque ত নাম লিখোতে ভোল বা কাটা কৰো.
 
3) যদি আমি আমাৰ Singanetur টো ভোল কৰো.যোনটো আমাৰ বেংকত দিয়া আছে সেইটো নকৰো যদি.
 
তেনেহলে চোৱা এনেকৈ বহোতো কাৰণত আমাৰ হৈ যায় Cheque Bounce.এতিয়া আহক জানো যে Cheque Bounce হলে আমাৰ কি অসুবিধা হয়.

How To Problem Short Out For Cheque Bounce

চোৱা যদি আমি কাৰোবাক Cheque দিও  আৰু Cheque খন Bounce হৈ গলে আমাৰ ওপৰত বহুতো ডাঙৰ পোলিচ Action হৈ যাব.তাৰু এটা নিয়ম আছে.আৰু পোলিচৰ পৰা মুক্তি পাবলৈ এটা ৰাস্তা থাকিব.ৰাস্তাটো হল যেতিয়া  Cheque Bounce হৈ যাব সেই সময় এইজনৰ পৰা এখন নোটিচ আহিব যাক লিখি দিচা Cheque .নোটিচ অহাৰ পিছতে তেওঁক যিমান পইচা দিবলগীয়া আছে নিৰ্দাৰীত সময়ৰ ভিতৰত দি দিবা, তেন্তে সেই সময় একো ভেজাল নহব.আৰো যদি নিদিয়া তেন্তে সেই সময় কি হব মই তলত উল্লেখ কৰি অছো.

My Cheque Bounce  Now What To Do

এতিয়া আহক জানো যে যদি আমাক কোনোবায় Cheque দিছে আৰু Cheque খন Bounceহৈ গল. এতিয়া আমি কৰিম বা কি কৰিব পাৰো.
 
চোৱা আমাক যদি কোনোবায় এনেকে ফচাই দিছে .তেনেহলে আমি  বহুতো ডাঙৰ Action লব পাৰো ,কেনেদৰে জানা এতিয়া.
চোৱা যেতিয়া আমি বেংকত যাম Cheque খন লৈ .আৰু বেংকে পইচা দিয়া নাই.লগতে বেংকে কলে এই Cheque এ পইচা দিব নোৱাৰিম.সেই সময় আমি 1 মাহৰ ভিতৰত এখন দৰসাস্ত লিখিম এই জনৰ ওচৰত , যোনে আমাক Cheque খন দিছীমে.আমি দৰসাস্ত  লিখিম যে তুমি যোনখন Cheque দিচিলা সেই খন Bounce হৈ গৈছে.এতিয়া যদি পাৰা আৰু এখন Cheque নহলে পইচা দিয়া.নহলে আমি পোলিচৰ ওচৰ যাম.ইমানেই লিখি Post Office ৰ জৰিয়তে পঠাই দিবা.পঠোৱাৰ   পিছত 15 দিন Wait কৰিবা যদি Annser  নাহে .সেই সময় পোলিচ Complainকৰিবা.যদি পোলিচে নিলিখে Compliant Comisner ৰ ওচৰত Complain কৰিবা.আৰু Comisner এ যদি Complain  নিলিখে Cout ত কৰিবা.কৰাৰ পিছত একো কৰিব নালাগে.আগৰ Process টো দেখিব  Cout.
 
চোৱা যদি এবাৰ Complain কৰা তেনেহলে বহুতো ডাঙৰ Problem হয়.জোনটো Case Police ৰ মুক্তি হোৱা অসম্ভব হৈ যাব সেই মানুহজন.যোনে লিখি দিছিলে Cheque.
 
এতিয়া ভাবি আছা যে যদি আমি পোলিচ Complain কৰো.তেনেহলে আমি আমাৰ পইচা কিমান পাম .
 
চোৱা যাৰ ওপৰত Police Complain আমি কৰিচিলো Cheque Bounce হোৱাৰ বাবে.তেওঁ Last ত আমাৰ পোৰা পইচা দিব লাগিব.লগতে আমাৰ Police ত যিমান টকা হৈছে সেইটো অ দিব লাগিব.আৰু যদি ইমান পইচা নিদিয়ে.তেন্তে Case টো শেষ নহব কেতিয়াও .আৰু চব পইচা দিয়াৰ পিচত লাষ্টলৈ এটা শাস্তি ও হব.
তেনেহলে নিচ্চয় আজি বোজিছা Cheque কি হয়.কিয় আমি দিও Cheque.আৰু কেনেদৰে Cheque Bounce হয়.যদি হয় সেই সময় আমি কি কৰিব লাগে.আৰু কত.তেতিয়া আজিলৈ ইমানেই বাই

Leave a Reply

Your email address will not be published. Required fields are marked *