SBI Kiosk Bank Full Information

      No Comments on SBI Kiosk Bank Full Information
হাই Friend যদি SBI Kiosk Bank ত Bank Account খোলিচা তেনেহলে এই টো Page ভালকে Read কৰা.কিয়নো আজি মই আপোনাক কম SBI Kiosk Bank ৰ কিছুমান বিপৰীত কথা.যোনখন বেংকত আমাৰ Account আছে.কিন্তু এই বেংকত কিমান দুৰ্বলতা আছে.আৰু ইয়াত যিমান কথা কম. এই চব আপোনালোকৰ ও মাজত হৈ আছে. তেনেহলে আহক আমি জানো যে SBI Kiosk Bank ৰ পৰা আমাৰ কি কি লাভ আৰু কি ক্ষটি হয়.

 
চোৱা চবৰ আগতে আমি জানিলে ভাল হব যে. SBI Kiosk Bank কৰ পৰা খোলা হয়?
চোৱা জোনখনক আমি CSP বা JANADHAN Bank বোলি ও কব পাৰো.আৰু এই BANK অকল CSP Center  পৰাই খোলা হয়.আৰু এইখন আমি চবে খুলিব পাৰো.অলপ প্ৰমাণ পত্ৰ হলেও হৈ যায়. Example= PAN CARD বা Voter CARD

Sbi Normal Saving Bank Facility

এতিয়া আহক জানো SBI Kiosk Bank কি কি ক্ষতি হয়?
ক্ষতি কি কি হয় জনাৰ আগতে আমি জানি লওঁ যে বেলেগ BANK ত কেনেদৰে আমাৰ বাবে সুবিধা থাকে.চোৱা বেলেগ BANK ত তলত দিয়া এই চব সুবিধা থাকে.. 
যেনে=
1)  NET BANKING.
2) MOBILE BANKING.
3) FREE ATM CARD.
4) NOMINATION FACILITY.
5) CHEQUE BOOK.
6) 50 CHEQUE LEAVES FREE (ONE YER)
7) FD AACCOUNT.
8) INTEREST 4.00%.
9) Mobile SMS Services.
10) Email Services.

SBI Kiosk Bank Unfacility

এতিয়া আহক আমি জানো যে SBI KIOSK ত কি কি অসুবিধা থাকে?

Sbi Kiosk Bank ত আমাৰ অসুবিধা দেখা দিয়ে. (1)আমি Internet Banking আৰম্ভ কৰিব নোৱাৰো .(2) আমাৰ Mobile Numer ত SMS নাহে .(3) আমি Mobile Banking আৰম্ভ কৰিব নোৱাৰো.(4) আমাৰ পইচাৰ লিমিট কম থাকে.আমি বেছি পইচা জমা বা Widhral কৰিব নোৱাৰো.
 
চোৱা মই এইটো কবলৈ বিচাৰো ওপৰত যিমানে মই উল্লেখ কৰিছো.আমাৰ যিকোনো Normal Saving Bank ৰ Facility ৰ কথা .এই চবৰ বিপৰীত বোজিলোৱা.তেন্তে বোজাত একো অসুবিধা নহব.
 
এতিয়া কোৱা SBI KIOSK BANK ত Bank Account খুলাত আমাৰ লাভ হৈছেনে লছ হৈছে.যদি লাভ লছ এতিয়াও বোজা নাই. তেনেহলে আকৌ এবাৰ ভালকে ছাই লোৱা.আৰু যদি বোজিচা আৰু ভাবি আছা বন্ধ কৰিবলৈ.কেনেদৰে কৰিবা তলত উল্লেখ আছে.
 

Sbi Kiosk Bank Account Closing Appeal

চোৱা আপোনালোকে যোনখন CSP CENTERৰ পৰা Bank Account খুলিছাঁ.সেই CSP CETER ৰ পৰা তো কেতিয়াও বন্ধ নকৰে. আপোনালোকে এইটো চাবা চবৰ আগতে.যে কোনখন BRANCH ৰ লগত লিংক  আছে CSP CENTER .সেইখন BRANCH ত গৈ আবেদন কৰিবা বন্ধ কৰিবৰ বাবে.Branch ৰ পৰাও যদি বন্ধ নহয় তেনেহলে Customer Care ত কম্পিলেন দিবা. তাঁৰ পিছত ও যদি বন্ধ নহয়.আৰু এটা ওপায় আছে তলত মন দিয়া কেনেদৰে বন্ধ  হব.মই উল্লেখ কৰি আছো…..

 
যদি CSP,BRANCh,CARE ৰ পৰাও বন্ধ নহয়.RBI  বেংকত কম্পিলেন কৰা.এতিয়া প্ৰশ্ন আহি আছে যে RBI BANK কি হয়? চোৱা মই এইটো ও কবলৈ বিছাৰো আমাৰ দেশত যিমান BANK আছে.চবৰ হেড অফিচ হয় RBI BANK.গতিকে যদি RBI BANK ত এবাৰ কম্পিলেন কৰি লওঁ.অতি সূনকালে Action কৰে যোনখন BRANCH ত আমাৰ BANK  ACCOUNT আছে.তেতিয়া হলে এনেদৰে কম্পিলেন কৰা.

1) BRANCH ত যেতিয়া বন্ধ কৰিবৰ বাবে আবেদন কৰিচিলা সেইখনৰ এখন ফটো.
2) যেতিয়া 
CUSTOMER CARE ত কথা পাতি কম্পিলেন কৰিছিলা কম্পিলেন নম্বৰ.
 
এতিয়া এই লিংকত Click কৰা.
 
যোনখন পেইজ খুলি আহিব তাতে নিজৰ Account নম্বৰ. নিজৰ নাম আৰো কম্পিলেন ফটো কপি. লগতে কম্পিলেন নম্বৰ. চব দি Sumbit কৰি লোৱা.আৰো এটা Refrenc নম্বৰ পাই যাবা. যোনটো নম্বৰে কম্পিলেন Track কৰিব পাৰবা.যে যোনটো কম্পিলেন আছিল সেইটো নিমাংসা হৈছেনে নাই. আৰু সেখ হোৱাৰ টাইম হয় 30 দিন.গতিকে 30 দিনৰ ভিতৰত চব Problem দূৰ হৈ যাব.

(মন দিয়া)
কম্পিলেন লিখুতে এই কতা উল্লেখ কৰিবা.যে আমি Branch ত কম্পিলেন কৰিছিলো.তাঁৰ পিছত আমি Customer care ত ও কম্পিলেন কৰিছিলো.তেওঁলোকে আমাৰ অসুবিধা দূৰ কৰিব পৰা নাই বা কৰি দিয়া নাই. কোনখণ Branch হ সেইখন অ উল্লেখ কৰিবা. কিয়নো যোনখন Branch ৰ নাম উল্লেখ কৰিবা সেই Branch ত এ Action লোৱাত সক্য়ম হব RBI Bank.
 
(Note)
আপোনালোকৰ আৰু কিবা বেলেগ অসুবিধা হৈছে বা Bank এ অসুবিধা কৰি আছে. Bank ত কিবা Request দিলে নলৈ আছে সেইটোৰ বাবেও কম্পিলেন কৰিব পাৰিবা .এই লিংকেৰে.
 
তেনেহলে আজি আমি চবে জানিব পাৰিচো যে Sbi Kiosk ত Bank Accountখুলিলে আমাৰ বাবে কি লাভ আৰু লচ হয়. তেতিয়া আজিলে ইমানেই অহা সময়ত আৰু বহুতো জানিব পাৰিম এই ৱেবছাইটৰ মাধ্যমে বাই….

Leave a Reply

Your email address will not be published. Required fields are marked *