independence Day 2015 Agust Information Nd 10 super heroes In Assamese





Hello Friend আজি কি দিৱস হয় আমি চবে জানো . যদি নাজানা তেন্তে মই কৈ আছো .আজি হল স্বাধীনতা দিৱস .(Independence Day)কিন্তু জানানে আজিৰ এই দিৱস কিয় বনোৱা হয় .কিয় আমি চব জনতায় বনাব লাগে.যদি নাজানে আৰু জানিবলৈ বিচাৰি আছা. আজিৰ পাঠটো চাই যোৱা.মই অলপ কথাৰে বোজাবলৈ চেষ্টা কৰিম..

What Is Independence Day

চোৱা 15 August দিন আমি চবে স্বাধীনতা দিৱস হিচাপে পালন কৰো .এই দিনত আমি চব জনতায় এজন আনজনৰ লগত মৰমেৰে মিলা প্ৰীতি কৰো.লগতে আমি চৰকাৰী যিমান কাৰ্যলয় আচে.যেনে:-  স্কুল Bidhan Sabha EXT.এই চবতে জাতীয় পতাকা ওত্তীৰ্ণ কৰো.আৰু আমে চবে এই দিন জাতীয় উতসব হিচাপে মানো. আৰু এই দিনত শ্বহীদ হোৱা চিপাহী সকলক মনত কৰো.

Story Of British

আজিৰ পৰা পৰায় 71 বচৰ আগতে আমাৰ দেশত বিদেশীয়ে ৰাজত্ব কৰিছিল.বিদেশী মানে British).সেই সময় আমাৰ বহুতো কষ্ট হৈছিল.কিয়নো বিদেশীয়ে যি কৈছিল সেইটো আমাৰ দেশৰ মানুহে কৰিব লাগিছিল বা মানিব লাগিছিল.যোনে ইংৰেজৰ কথা পালন কৰা নাচিল তেউক বহুতো শাস্তি দিছিলে ইংৰাজে.আৰু লগতে আমাৰ দেশৰ পৰা বহুতো শুন ৰৃপ সিহঁতে সিহঁতৰ দেশত লৈ গৈছিল.

তাঁৰ পিছত যেতিয়া আমাৰ দেশৰ শ্বহীদ চিপাহী সকলে কষ্ট সজ্য যেতিয়া কৰিব পৰা নাছিলে জোদ্দ কৰা আৰম্ভ কৰিলে.জোদ্দত বহুতো গুনী শ্বহীদ সকল শ্বহীদ হৈছে.কেইজনমান চহীদৰ নাম মই উল্লেখ কৰি আছো. Example:- 

1) Mangal Pandey
Birth :- 30 January 1827 Ballia, Uttar Pradesh
Death:- April 8- 57, Barrackpore
2) Rani Lakshmi Bai
Birth:- November 19-1835, Bhadani- Varanasi
Death:- 18 June 1858-Kota Sarai, Gwalior

3)
Mahatma Gandhi
Birth:- 2 October 1869- Porbandar, Gujarat
Death:-January30-1948. New Delhi
Education:-Barrister,UniversityCollege,London
       4) Ramprasad Bismil
        Birth:- 11 June 1897- Shahjahanpur,
Death:- 19 December 1927- Gorakhpur,
5) Ashfaqulla Khan
Birth:- 22 October 1900 AD- Shahjahanpur
Death:- 19 December 1927- hanged in Faizabad prison
6) Bhagat Singh
Birth:- September 28- 1907-Bawli, Punjab
Death:- 23 March 1931- hanged in Lahore jail
 
7) Chandrashekhar Azad
Birth:- 23 July 1906- Bhabra, Alirajpur
Death:- 27 February 1931- Alfred Park, Allahabad, Uttar Pradesh
8) Netaji Subhash Chandra Bose 
Birth:- 23 January 1897
Death:- 18 August 1945
9) Jawahar Lal Nehru
Birth:- November 14-1889 Allahabad, Uttar Pradesh
Death:- 27 May 1964
10) Sardar Vallabh Bhai Patel
Birth:- 31 October 1875, Nadiad, Gujarat
Death:- December 15- 1950

 

কিন্তু তাঁৰ পিছতেই জোদ্দ বন্ধ কৰা নাই.চলি আছে চলি আছে.আৰু 15 Agust 1947 চনত জোদ্দত সফলতা পাইছে আমাৰ দেশে.আৰু সেই দিনটো হৈছে আজিৰ দিন স্বাধীনতা দিৱস.এই দিনতে ইংৰেইজ পলাইছিল আমাৰ দেশৰ পৰা.আৰু  এই দিনেই প্ৰধানমন্ত্ৰী Jawahar Lal Nehru য়ে দিল্লী লালকিল্লাৰ Lahoor গেইটৰ ওপৰত পতাকা ওত্তিৰ্ণ কৰিচিলে. 
 
আমি জানো যে ইংৰাজে বহুতো ধন চুৰ কৰি আমাৰ দেশৰ পৰা সিহঁতৰ দেশত লৈ গৈছে.কিন্তু আমি জানো বা শুনি ও পাইছোঁ.যে এতিয়াও বহুতো খাজানা আমাৰ দেশত আছে.আৰু এনেদৰে বহুতো পোৱা ও গৈ আছে.

Why Pakistan And India Fighting

এইটো জানানে ভাৰত আৰু পাকিস্তান সেই সময় এক আছিল মানে বেলেগ দেশ নাছিল. পাকিস্তানৰ পৰা আমাৰ ভাৰতত টেৰেইন অহা যোৱা চলি আছিল.এইটোৰ চ্ৰট কাহিনী হয়.- পাকিস্তানে সেই সময় আমাৰ ভাৰতক কলে যে পাকিস্তান দেশ বেলেগ আমাৰ.আৰু সেই কথালৈ বহুতো জোদ্দ হৈছিল.আৰু সেই সময় ও বহুতো জনতা চিপাহী চহীদ হৈছিল.আৰু শেষলৈ চন 1951 চনত পাকিস্তানৰ পৰা আমাৰ ভাৰতত 72,49.000 হিন্দু জনতা আহিছিলে.আৰু আমাৰ ভাৰতৰ পৰা চন 1951 চনত 72,26.000 মোছলমান পাকিস্তান গৈছিল.আৰু ইয়াৰ পিছত পাকিস্তান আৰু ভাৰত বেলেগ বেলেগ দেশ হৈ গৈছে.যদি এই কাহিনী পোৰা জানিবলৈ বিচাৰি আচা মোক জনাবা Facebook ৰ মাধ্যমেৰে.
 
মই কবলৈ বিচাৰো ভাৰতেই আমাৰ একমাত্ৰ মাত্ৰী ভূমি দেশ.এই দেশৰ পতাকাত কেতিয়াও আমি অন্য ৰঙেৰে ৰঙীন নকৰো.আৰু এইটো আমাৰ চবৰ কৰ্তব্য.আমাৰ ভাৰত দেখ আৰু ধুনীয়া বনাবলৈ আমি চবে চেষ্টা কৰিম.

My Speach

মই শেষলৈ কবলৈ বিচাৰো যদি এই পাঠটোৰে কিবা জানি পাইচা.তেনেহলে আগলৈ Share কৰা Facebook, Whatsapp যি যি Soceal Id আছে নিজৰ মোবাইলত চবতে.যাতে চবে খিকিবলৈ পায়,স্বাধীনতা দিৱস কিয় পালন কৰো আমি.

Leave a Reply

Your email address will not be published. Required fields are marked *