How To Verify Google Adsense Accout Without Pin Assamese

Hi Friend আজি আমি এই Post ৰ মাধ্যমত খিকিম. যে Adsense ৰ কেতিয়া Pin আহে. আৰু যদি নাহে তেন্তে কেনেদৰে আমি Adsense Accunt Verify কৰিব পাৰিম.যদি Adsence Account কি হয় নাজানে. তেনেহলে CLICK কৰা ইয়াতে. আৰু যদি আছে আৰু Adsense Account ৰ Pin  কাৰণে ৰৈ আছা .তেতিয়া পোৰা Read কৰি যোৱা.তেনেহলে আহক আমি আৰম্ভ কৰো. 

Whos Time Send Adsense Accunt Pin?

কেতিয়া Adsense এ আমাক Pinপঠায়?


চোৱা জোন সময় আমাৰ Adsense Account ত 10$ ডলাৰ হৈ যায়. সেই সময় Automatic Pin Generate  হৈ যায়.আমি একো কৰিব নালাগে.

Google Adsense Pin Sending Addresc

চোৱা Google Adsense এ Pin এইটো Address ত পঠাব.যোনটো আমাৰ Adsense Account ত আছে.মানে যোন সময় আমি Adsense Account বনাইচিলো আৰু সেই সময় যোনটো দিছিলো সেই Address ত আহে.
 

Why Need Google Adsense Verify

Google Adsenseএ এই PIN ৰ জৰিয়তে এইটো Check কৰে. যে মচিনৰ দ্বাৰা Adsense Account টো বনোৱা হৈছেনে.না মানুহৰ দ্বাৰা বনোৱা হৈছে.এই PIN ৰ জৰিয়তে Checking  কৰে.

How Many Time Google Adsense Pin Sendig?

Google Adsense এ কেইবাৰ Pin পঠায় আমাৰ ওচৰত?
 

চোৱা Google Adsense এ 3 বাৰ আমাক পিন দিয়ে.কেনেকৈ ভালদৰে জানি লোৱা.
ধৰিলোৱা প্ৰথমবাৰ আমাৰ Pin Generat হোৱাৰ পিচত নাহে.আৰু 1 মাহ পিচত আৰু এটাGenerat হয়.আৰু সেইটো আমি নিজে  কৰিব লাগে.তেনেহলে চোৱা যদি পিন প্ৰথমবাৰ নাহে.

RE APPLY ADSESSNSET FOLLOW THE BELOW

1) Google Adsense ত Login হৈ যাবা, আৰু তাতে দেখিবলৈ পাবা Action Bottom
2) তাতে ক্লিক কৰি আৰু এবাৰ Pin Generate কৰিলবা.সেই সময় যদি বিচৰা Address সলনি কৰিবলৈ. সলনি কৰি লবা.আৰু 2 নম্বৰবাৰ যদি পিন নাহে.তেনেদৰে চেম আকৌ Generate কৰিব লাগিব.

How To Verify Adsense Account Without Pin

  • এতিয়া কি কৰিবা যদি তিতিয়বাৰ ও পিন নাহে. তেনেহলে চোৱা Google Adsense  এ আমাক এটা সুবিধা দিব.
 
-শুবিধাটো হল আমি যিকোনো চৰকাৰী ID CARD ৰে Verify কৰিব লাগিব. চৰকাৰী কাৰ্ড সমূহ হল.
  1. Voter Card.
  2. Aadhar card.
  3. pan card.
  4. bank statment.
  5. Job Crad.
  6. Ration Card.
  7. Passport.
  8. Driving Lisence.
যদি আমি নকৰো তেন্তে কি হব?
চোৱা যদি আমি Google Adsense Account Verify নকৰো তেনেহলে আমাৰ Adsense Account বন্দ কৰি দিয়া হয়.তাঁৰ পিছত আমি আৰু গুৰাই নাপাওঁ.
 
  • Type Of Sendig Google Adsense Pin

কেনেদৰে পঠায় আমাৰ ওচৰত Pin.

  • Google Adsense এ আমাৰ ওচৰত Post Office ৰ মাধ্যমেৰে পঠাব. আৰ সেই পিন আমি 1 মাহ পিছত আমাৰ হাতত আহে.
কিয় নাহে আমাৰ ওচৰত?
 
চোৱা কেতিয়াবা এনেদৰে অসুবধা হয়.যে আমাৰ Post Mane বিলাকে নিদিয়ে. আৰু কেতিয়াবা এনেদৰে ও অসুবিধায় দেখা দিয়ে. আমাৰ Address বোৰ Correct আমি নিদিওঁ. সেই কাৰনে আমাৰ Adsense Pin নাহে.তেনেহলে যেতিয়া পিনৰ Request কৰিবা বা New Adsense Account বনাবা. সেই সময় ভালকে Address বোৰ দি দিবা.

How To Verify Adsense Account By Pin?

কেনেদৰে Verify কৰিবা?
যদি Adsense  পিন আহি যায়. তেনেহলে ওপৰত এটা ৰঙাকৈ Action Bottom দেখিবা তাতে ক্লিক কৰিবা, আৰু Enter কৰাৰ এটা Pin Typing Box থাকিব তাতে পিন Enter কৰি Verifyকৰিব লাগিব.
 
আৰু যদি 3 বাৰ হৈ গৈছে তেনেহলে এনেদৰে কৰা.
 
  1. ওপৰৰ ৰঙা Action Bottom ত Clickকৰা.
  2. দেখিব পাবা পিন Enter কৰিবলৈ.
  3. একদম তললৈ চাৱা এটা Message Show হৈ আছে.
  4. তাতে Form Link এটা আছে.
  5. Form ত ক্লিক কৰা.

তাঁৰ পিচত নিজৰ নাম, ইমেইল ID,
আৰু নিজৰ ID কাৰ্ড PDF ফাইলত সন্পূৰ্ন দি Sumbit কৰি দিবা.
2 ঘণ্টাৰ ভিতৰত Adsense Account Verify হৈ যাব.আৰু লগতে এটা মেইল আহি যাব. Verify হৈ গৈছে বোলি.
 
তেনেহলে হব পাৰে মই চব মনৰ উত্তৰ দিব পাৰিচো. যদি কিবা প্ৰশ্ন আহি আছে মনত. কমেন্টত জনোৱা মোক বাই.
 
(Note)
Adsense পিন অহা নাই. আৰো Id CARD ৰে Verify কৰিবলৈ বিচাৰি আচা. এই টো Video চাই লোৱা.একদম বোজি পাই যাবা.

Leave a Reply

Your email address will not be published. Required fields are marked *