Hack Atm Blance,Bank Hack,কেনেকৈ Safe ৰাখিব পাৰীম

হাই বন্ধুসকল আপোনালোকৰ মনত তেনে কোৱা প্ৰশ্ন আহি আছে .কি আমি আমাৰ Bank ৰ পইছা কেনেকৈ Safe ৰাখিব পাৰীম ? হয় এনেকুৱা বহুত ঘটনা ঘটিছে আমাৰ Bank ৰ পৰা পইচা চুৰ হৈ যায় .আমি গমেই নাপাও কিয়? মই আজি আপোনাক কম  কেনেকুৱা হয় চুৰি .আৰু কেনেকৈ বাছিব পাৰিম, আহক জানো । 

কেনেকৈ চুৰ হৈ যায়?

1. আমি বহুত Shopping  কৰো কম পইছা দেখি, কিন্তু তাৰ পৰা আমাৰ Bank ৰ পইছা চুৰি হৈ যায় কেনেকৈ ……
যেনে=  জোনটো  কম্পানীৰ পৰা আমি Shoppimg কৰো সেই কমপানীৰ উচৰত আমি আমাৰ Bank ৰ চব Details দি দিও. আৰু সি একদম আছানেৰে আমাৰ পইছা লৈ জায় .মই কই আছো আপোনাক সেই ধৰণৰ নহয় …. সিহঁতে আপোনাক দেখোৱাব এনেকুৱা তেনে কুৱা . বন্ধু হত এনেকুৱাৰ Company ৰ পৰা বাছি থাকিব * 
2. আমি ছবে Uc Browser চলাও কিন্তু মই কৈ আছো যদি আপুনি বেংকৰ কিবা Trancation কৰি আছে .তেন্তে Uc Browser ৰে নকৰিব Croom broser ৰে কৰিব 
3. কোনো আনজান মানুহে আপোনাক ফন কৰে আৰু যদি কয়. আপোনাৰ বেংক নষ্ট হৈ যাব .আপুনি আপোনাৰ Atm Card নম্বৰ দিয়ক আমি টিক কৰি দিম.  এনেকুৱা কেতিয়াবা নিদিবা 
4. যদি আপোনাৰ উচৰত কিবা Message আহে Message  ত কব আপুনি লটাৰীত জিকিছে Linkত Click কৰি আপোনাৰ Details দিয়ক তেনেকুৱা আপুনি নি দিৱ 
5. আপোনাৰ মোবাইলত Mail Id আছে কেতিয়াবা Mail id ত দেখিব Atech ফাইল আহে .তেনেকুৱা Mail Open নকৰিবা .তেনেকুৱা Mail ডাইৰেক্ট Delete কৰি দিবা.
6.  লাষ্টত কব্ বিচাৰো আপুনি আপোনাৰ ঘৰৰ মানুহক কেতিয়াও আপোনাৰ Parsonel জানকাৰী নিদিবা. যদি দিয়া আপোনাৰ লোকচান হব্ পাৰে ……..

নিচ্ছয় পঢ়িব
Facebook Auto Liker
What is adasense

তেতিয়া বন্ধুহত এনেকুৱা বহুত কাৰণত আমাৰ বেংকৰ পইছা চুৰী হয় জিহেতো আমি কব নোৱাৰি মই জিমানখি আপোনাক কৈছোঁ আপুনি মনত ৰাখিব এয়া আজিলৈ ইমানেই আগলৈ আৰু জানিম বাই

Leave a Reply

Your email address will not be published. Required fields are marked *