Documents Required For Fresh Passport Apply In Assam


হাই Friend আমি ছবে জানো এখন Passport বহুতো ডাঙৰ প্ৰমাণ পত্ৰ হয়. জোন খনৰে আমি অকল India ত নহয় যিকোনো সময় INDIA ৰ ভাহিৰত ও যাব পাৰো. যদি আমি India ৰ বাহিৰত যাবলৈ বিচাৰো. তেন্তে এই Passport খন আমাৰ লাগে.আৰু যদি আমি Passport বনাবলৈ যাওঁ তেন্তে বহুতো প্ৰমাণ পত্ৰ আমি দি বনাব লাগে . গতিকে আমি আজি জানিম কি কি প্ৰমাণ পত্ৰ দি আমি আমাৰ নতুন এখন Passport বনাব পাৰো. আৰু মই আজি যিমান প্ৰমাণ পত্ৰৰ কথা উল্লেখ কৰিম. চব আমাৰ অসমত হুৱা বহুতো দৰকাৰী.যদি নহয় তেনেহলে বনোৱা অলপ অসম্ভব হব পাৰে. গতিকে অলপ ভালকে চাই যোৱা.

 

আপোনালোকে যদি অসমত Passport বনাবলৈ বিচাৰে. তেন্তে এই চব প্ৰমাণ পত্ৰৰে নতুনকৈ বনাব পাৰিবা.

DOCUMENTS REQUIRED FOR PASSPORT ASSAM

1) AADHAR CARD.
2) PAN CARD.
3) VOTER CARD.
4) BIRTH CERTIFICATE.
5) SCHOOL CERTIFICATE.
6) Metrick  CERTIFIED.(optional)
7) 66 VOTER CERTIFIED.
8) 70 VOTER CERTIFIED.
9) RUNING VOTER CERTIFIED.
10) LAND PATTRA ANY CERTIFIED.
11) COUTE AFEDEBIDE.
12) FATHER AND MOTHER VOTER CARD.
 
ওপৰত মই যিমান প্ৰমাণ পত্ৰৰ কথা উল্লেখ কৰিছো. এই বিলাক তো কম্পেলচাৰি লাগিব. অকল আমাৰ অসমৰ কাৰণে. হয় ইয়াত যিমান প্ৰমাণ পত্ৰৰ কথা উল্লেখ কৰিছো. এই চব দি মোৰ এজন Friend এ Passport বনাইছে. কিন্তু এটা কথা মন দিবা. যদি অসমৰ বাহিৰত বনোৱা.

Example:- Mumbai.Bangalore.Delhi.Chennai.Tamil Nadu.  তেন্তে অকল আডাৰ কাৰ্ড আৰু পান কাৰ্ড হলে হৈ যাব. কিয়নো মই মোম্বাই বনাইচো.সেই কাৰণে এই কথাখিনি কৈছো.

(note)
ওপৰত যিমান প্ৰমাণ পত্ৰৰ কথা উল্লেখ কৰিছো.এই প্ৰমাণ পত্ৰ এবাৰ পাচপোট কেন্দ্ৰত দিলে নহব. পুলিচ ভেৰিফেকেচনত আৰু অন্যান্য বহুতো অফিচত দিব লাগিব.
 
তেন্তে আমি আজি জানি পাইছো যে অসমত Passport বনাবলৈ কি কি প্ৰমাণ পত্ৰৰ দৰকাৰ হয়. আৰু এই চব যদি আমাৰ ওচৰত থাকে. তেনেহলে Passport বনাবলৈ একো বাধা নহব. 
 
তেতিয়া আজিলে ইমানেই আগলৈ আৰু বহুতো খিকিম . আৰু যদি Passport Oline Apply কৰিবলৈ বিচাৰে .আমাৰ চেনেল Assam Best ত Video চাই  Online Apply কৰিব পাৰিবা. বাই
 
(Note)
এটা কথা হৰ সময় মন দিবা . যি যি প্ৰমাণ পত্ৰ দিবা জমা.চবতে নিজৰ নাম আৰু অন্যান্য তথ্য চেইম থাকিব লাগিব…

Leave a Reply

Your email address will not be published. Required fields are marked *