CSC Center Assam !! Open New CSC Center In Assam

      No Comments on CSC Center Assam !! Open New CSC Center In Assam

CSC Center Assam

হাই ছবতকৈ মৰম থকা ডাঙৰ সৰু ভাইসকল আপোনালোক কেনেকুবা.মোৰ হিচাপে ভালেই.আজি মোৰ উচৰত এটা কমেন্ট আহিছে. যে আমি কেনেদৰে CSC ত ৰিজেছটাৰ কৰিব পাৰিম.তেতিয়া মই ভাবিলো এটা বলগ লিখো.কিয়নো ৰিজেচটাৰ কৰাৰ আগতে এই ছব জনা দৰকাৰী.নহলে পিছত লাফৰাও হব পাৰে. গতিকে আজি মই কম. CSC  কি হয়?  আৰু কেনেদৰে ৰিজেচটাৰ কৰিব পাৰিম.আৰু কিবা পইচা লাগে.লগতে কম,  কি কি লাভ আৰু কি কি আমাৰ ওচৰত থাকিব লাগিব.তেতিয়া আহক আমি আৰম্ভ কৰো..

What Is CSC

কি হয়?
বন্ধুহত CSCৰ ফোল মিনিং হল Common Servise Center. জোনটো চেনট্ৰল ঘৱেৰমেন্টৰ পৰা দিয়া হয়. জোনটো চেনটাৰ খোলি মাহত 10000 হাজাৰৰ পৰা 20000 টকালৈ উপাৰ্জন কৰিব পাৰে. User Id আৰু Password  লোৱা CSC ত একদম ফ্ৰি হয় .একো পইচা দিব নালাগে. CSC ত এজেন্ট হবলৈ Online বা Ofline ৰিজেচটাৰ কৰিব পাৰিব.কিন্তু যদি Ofline ৰিজেচটাৰ কৰি এজেন্ট হবলৈ বিচাৰে.তেন্তে জোন এজেন্টৰ পৰা User Id আৰু Password লব .তেওঁক পইচা দিব লাগিব.আৰু Onliine ত যদি কৰে একো পইচা দিব নালাগে.ফ্ৰি হয় পোৰা . Online ৰিজেচটাৰ কৰিব বিচাৰে .তেতিয়া মই তলত লিংক দিম কৰিব পাৰে,
 
এইটো জানিব পাৰে.
ৰিজেটচটাৰ কৰিবলৈ কি কি লাগিব
আপোনাৰ এই চব হোৱো দৰকাৰী . জোনকেইটৰ নাম মই তলত উল্লেখ কৰি আছো . …….
1.  Email Id..
2.  Aadhar Card..
3.  Bank Details Any..
4.  One Shop..
5.  Shop Image..
6.  Canncel Check..
যিমান মই উপৰত দিচো চবকেইটা ৰিজেচটাৰ কৰাৰ সময়ত লাগিব. যদি দিব নোবাৰে তেতিয়া আৰু নাপায়.

CSC Services

কি কি লাভমান হব পাৰে .
1. Pan Cad
2. Aadhar Card
3. Irct Ticket
4. Bank Agent
5. Birth Sertificate
6. Loan Servisece
7. Curiear Servisece
তেতিয়া আজি আপোনি আজি জানি ৰৈছে কি হয় ৰে কি কি কৰিব পাৰিম.লগতে কিমান উপাৰ্জন অ কৰিব পাৰো. দেছি তথ্য জনাৰ বাবে আমাৰ য়োটোব চেনেলত বিচিট কৰা.

Leave a Reply

Your email address will not be published. Required fields are marked *