ASSAM Online Downlood Adhar Card!In Assamese Downlood Adhar card

Online Downlood Adhar Card!In Assamese Downlood Adhar card … 
হাই বিচিটৰ আজি মই আপোনালোকক কম যে নিজৰ Adhar Card Internet ৰ পৰা কেনেকৈ Downlood কৰিব পাৰিব . যদি জানিব বিচাৰে তেন্তে পঢ়িবলৈ অনুৰোধ কৰিলোঁ ,আহক আৰম্ভ কৰো ….


মোৰ মৰমৰ ভাই বন্ধু সকল আপুনি যদি Online ৰ পৰা Adharcard Downlood কৰিব বিৰে. তেন্তে আপোনাৰ উচৰত দুটাৰ ভিতৰতে জি কোনো এটা দৰকাৰী. জোন দুয়োটা মই তলত আপোনাক কৈ আছোঁ 
1. Inrolment id 
2. Adhar Number 

যদি আপোনাৰ হাতত Adhar Number নাই তেন্তে Irolment Id ৰে আপুনি Downlood কৰিব পাৰে .Inrolment Id কেনেকৈ হয় তলৰ ফটো চাই লোৱা জোনটো Adhar Card বনোৱাৰ সময়ত আমাক দিয়ে .


এতিয়া আপোনাৰ উচৰত চব আছে আৰু Downlood কৰিব বিচাৰে .তেন্তে Downloo বটনত Click কৰা বা আৰু জানিবলৈ হলে আগতে পঢ়ি থকা ..


Adhar Card Downlood কৰিবলৈ হলে আপোনাৰ Inrolment Id নিজৰ নাম Pin Code ডালিলেই হল , আৰু যদি মোবাইল নম্বৰ খোজে তেতিয়া জিকোনো মোবাইল নম্বৰ দিলে হল . আৰু যদি Adhar Number ৰে উলিয়াব বিচাৰে. তেন্তে সেই মোবাইল নম্বৰ লাগিব .জোনটো AdHar Card বনোৱাৰ সময়ত দিছিলা. নহলে নহব Downlood.. 

মোবাইল নম্বৰ কিয় লাগে 

কিয়নো আপোনাৰ মোবাইল নম্বৰত এটা Otp Code আহিব .Otp  Code ৰে আপোনি Verify কৰিব লাগিব. আৰু যদি আপুনি আমাৰ Vedio চাব বিচাৰে তেন্তে চাব পাৰে তলৰ Link ত Click কৰি ..

তাৰ পিছত আপোনাৰ কিবা অসুবিধা হৈ আছে তেন্তে Contect Page ত গৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে .তেতিয়া হলে আজি ইমানেই আগলৈ আৰু জানিম আৰু খিকিম. আপোনালোকে মোক Support  কৰক .আৰু এনেকুৱা খিকিবলৈ আপোনাৰ ছাইবোল by

Leave a Reply

Your email address will not be published. Required fields are marked *