Assam Land Record Managment Syestem

      2 Comments on Assam Land Record Managment Syestem

Assam Land Record Managment Syestem Assamese 

নমস্কাৰ মোৰ মৰমৰ বন্ধুহত . আজি মই আপোনাক জনাম অসমৰ মাটিৰ কাগজ পত্ৰ কেনেকৈ ৰ পৰা উলাব পাৰিব .কিয়নো আপোনালোকে যদি মন্ডল অফিচৰ পৰা এই কাগজ পত্ৰ উলিয়াব বিচাৰে . তেনেহলে আপোনাৰ মাটিৰ খাজনা প্ৰথম দিব লাগিব .গতিকে মই মোৰ য়োটুব ত দেখুবাইছো . কেনেকৈ উলাব পাৰিব . আৰু এই পেইজত আপোনাক অলপ মাটিৰ বিষয় কম .লগতে তাঁৰ লিংক অ দিম আপোনাক .আহক এতিয়া আমি আৰম্ভ কৰো .

2. পাট্ৰাধাৰাৰ নামেৰে চাবলৈ কিলিক কৰা (Click Her)
মাটি কি হয়?
 


আপুনি জানে মাটি চব মানুহৰ কাৰণে বহুত দৰকাৰী . মাটি নহলে জীয়াই থকা আমাৰ বাবে অসম্ভব / আৰু এই যোগত মাটি শুণৰ পৰা আৰু বেছি মূল্য হৈ গল.   আৰু আপুনি যদি এইটো ভাবি আছে মাটি অকল মাটিহে . এইটো আপোনাৰ ভুল.  কিয়নো মাটিৰ কাগজ আমাৰ এখন বহুত ডাঙৰ প্ৰমাণ পত্ৰ . অসম দেখৰ নাগৰিক হোবাৰ বাবে .আপুনি নিচ্ছয় জানে NRC ৰ সময়ত কিমান দৰকাৰী আছিল . গতিকে আপুনি সেই ৰেকৰ্ড INTERNET ৰ পৰা উলিয়াব পাৰে.  . আৰু এটা কথা যদি আপুনি মাটি কাৰোবাৰ উচৰত বিক্ৰি কৰিছে .আৰু তেওঁক নামদাৰি কৰি দিছে .তেতিয়া আপুনি কিমান বিক্ৰি কৰিছে লগতে কিমান নামদাৰি কৰি দিছে .ছব উলাই আহিব .আৰু যদি নামদাৰি কৰা নাই .তেতিয়া তেওঁৰ নাম উল্লেখ নাথাকে .অকল কাৰ নামত আছে সেইটো উল্লেখ থাকিব. 

কেনেকৈ উলিয়াব? 

উলিয়াবলৈ হলে আপুনি চাৰি ধৰণৰ উলিয়াব পৰে .কেনেকৈ ? যদি আপুনি আমাৰ Youtube Video ছাইচে . তেতিয়া তলত  লিংক আচে . আৰু চোৱা নাই এতিয়া চাইলোৱা Link ত কিলিক কৰি …

1. পাট্ৰাধাৰৰ নাম আৰু পাট্ৰা নম্বৰে চাবলৈ কিলিক কৰা (Click Her)

3. দাগ নম্বৰৰে চাবলৈ কিলিক কৰা (Click Her)
4. পাট্ৰাৰ প্ৰকাৰে চাবলৈ কিলিক কৰা (Click Her)
 
তেতিয়া আপুনি বোজি পাইছে চাগে.  যদি আপুনি বোজা নাই আৰু কিবা জানিব আছে .নিচ্ছয় আপুনি মোক সুধিব পাৰে জয় ভাৰত জয় অসম ..
Information By (SAIBUL )

2 comments on “Assam Land Record Managment Syestem

Leave a Reply

Your email address will not be published. Required fields are marked *