Assam Adhar Card Center – Adhar Card UIDAI Assam Enrolment Serch

হেল্ল হাই আপোনালোক কেনেকৈ আছে .মোৰ হিচাপে ভাল আছে মোৰ মৰমৰ ভাই বন্ধু হত. আজি মই এই পো ষ্ঠটো লিখি আছোঁ বহুত দিন পিছত. আৰু আপোনালোক sory কৈছোঁ. মই অলপ বিজি আছিলোঁ . যিয়েই হক ভাইসকল আজি আমি জানিম AdharCard কেনেকৈ বনাব পাৰিম . আৰু Adharcard কি হয় . আৰু Adhar Card ৰ পৰা আমাৰ কি লাভ হয় .. এই পোষ্টত মই আপোনাক পোৰা কম.. তেতিয়া হলে আহক আৰম্ভ কৰো..


 What Is Adhar আধাৰ কাৰ্ড কি হয় ?

Adhar আৰম্ভ হৈছে 2010 ৰ পৰা . যোনটো ছবতকৈ ডাঙৰ প্ৰমাণ পথ্ৰ হয় .জোন কাৰ্ডত থাকে ১২টা য়োনিক নম্বৰ . UIDAI নাৰে না জায়. আৰু  Uidai ফোল মিনিং হয়. (Unique Identification Authority of India) আৰু আধাৰ কাৰ্ড  চব মানুহৰ কাৰণে দৰকাৰী .আৰু আধাৰ কাৰ্ড সৰু ডাঙৰ চবে বনাব পাৰে.  বয়সৰ কোনো লিমিট নাই .আপোনাৰ যিমান প্ৰমান পথ্ৰ আছে. ছব ডোপলিকেট বনাব পাৰে .কিন্তু আধাৰ কাৰ্ড কেতিয়াও ডোপলিকেট বনাব নোৱাৰে .কিয়নো আধাৰ কাৰ্ড আপোনাৰ পকেটত অকল নাথাকে Online ত উ থাকে .তেতিয়া হলে আপুনি এতিয়া জানি লৈছে আধাৰ কাৰ্ড কি হয়.  এতিয়া আহক আমি জানো আধাৰ কাৰ্ড থাকিলে লাভ কি হয় . 

Downlood Adhar Card

Profit For Adhar লাভ কি ?
ভাই সকল আধাৰ   থাকিলে আপুনি বহুত কামত লাভ কৰিব পাৰে .মই তলত কেইটিমান উল্লেখ কৰি আছোঁ 
১. আপুনি  যদি বিচাৰে বেংকৰ একাউন্ট খোলিবলৈ পাৰিব .তেতিয়া হলে পৰিব আধাৰ কাৰ্ডৰে . বেলেগ একো প্ৰমাণ পথ্ৰ জমা কৰিব নালাগে . যিকোনো বেংক হকনা কিয়  
২. আপুনি পাছপোৰ্ট বনাব পাৰিব তিনি দিনৰ ভিতৰত . আপোনাৰ পাছপোৰ্টৰ এপইনমেনট পাই জাবা
৩. অতি  সোনকালে গেচ কানেক্টন পাই যাবা 
৪. Pancard আপুনি তিনি দিনৰ ভিতৰত বনাব পাৰিবা. একো প্ৰমাণ পথ্ৰ দিব নালাগে .অকল আধাৰ নম্বৰ  দিলে হল 
৫. আধাৰ নম্বৰৰে যিকোনো Online Kyc পোৰা কৰি আপোনাৰ প্ৰমাণ পথ্ৰ বনাব পাৰিবা 

How To Aply Adhar Card কেনেকৈ বনাব পাৰিম? Friend আধাৰ কাৰ্ড কেতিয়াও Online Aply কৰিব নোৱাৰে .আৰু কেতিয়াও এই চাৰবিছ Available  নহব . কিয় মই আপোনাক কৈ আছোঁ .
আধাৰ কাৰ্ড বনাবলৈ হলে আমি আমাৰ ১০ ফিংগাৰ প্ৰিন্ট  দিব লাগে . চকু ইস্ক্ৰীণ কৰিব লাগে.  মূখ ইস্ক্ৰীণ কৰিব লাগে. ৰক্ত গুৰুপ দিব লাগে . তেন্তে আপুনি কেনেকৈ এই চব দিব পাৰিব. গতিকে আপুনি কেতিয়াও Online ত বনাব নোৱাৰে . আপুনি যিকোনো চৰকাৰী কাৰ্যলয়ত গৈ বনাব পাৰে .এতিয়া আহক আমি যানো নিজৰ চহৰৰ কাৰ্যলয় বা Enrolment Center কেনেকৈ  উলিয়াব .

How To Find Adhar Enrolment Center 
১. চবৰ প্ৰথম এই লিংকত কিলিক কৰা আৰু ৱেবচাইটত বিচিট হৈ যোৱা 

তাৰ পিছত আপুনি কি কি ডালিব . মই আপোনাক কে আছোঁ  .
আপোনাৰ উচৰত এই পেইজ খোলি আহিব . ইয়াত কি ডালিব লাগিব মই কৈ আছোঁ আপোনাক . 

২. State ত আপোনাৰ State Choice কৰিব.
৩. District ত আপোনাৰ জিলাৰ নাম ডালিব.
৪. Sub District ত আপোনাৰ মহুকুমা Choice কৰিব. 
৫.VTC(Village Town City) ত আপোনাৰ লোকেল চহৰ বা ঠাইৰ নাম ডালিব . 

৬. তাৰ পিছত খালি Box ত শুধ্দ মাৰ্ক লগাই দিব.  আৰু Last ত Veryfication Code তলৰ খালী ঘৰত ডালি Sumbite বটমত কলিক কৰি দিব. 
এতিয়া আপোনাৰ উচৰৰ Enrolment Center উলিয়াই আহি যাব .আৰু আপুনি তেওক কন্ঠেক কৰি আপোনাৰ AdharCard বনাব পাৰে .

(Note) আপুনি বেছৰকাৰী দোকানৰ পৰা কেতিয়াও নবনাব. আগলৈ আপোনাৰ অসুবিধা হব .তেতিয়া হলে আপোনালোকে আজি জানি লৈছে আধাৰ কাৰ্ড কি হয় . আৰু কেনেকৈ বনাব পাৰে. যদি কিবা প্ৰশ্ন আছে মোক Contect কৰিব পাৰে .বা আমাৰ Youtube Channel ৰ পৰা আৰু তথ্য লব পাৰে ..

Leave a Reply

Your email address will not be published. Required fields are marked *