A Successful YouTuber In Assam

      No Comments on A Successful YouTuber In Assam
Hi FRIEND আজি আমি কথা পাতিম Succes YouTube ৰ বিষয়. হয় আমি চবে YouTube ত নানা ধৰণৰ Video দেখি পাওঁ.লগতে আমি শুনিও পাওঁ যে YouTube ৰ পৰা বহুতো টকা ও উপাৰ্জন হয়.আৰু এই কথা আমিও ভাবি এটা চেনেল শুলি লওঁ. যে যদি বেলেগে পইছা উপাৰ্জন কৰি আচে তেন্তে আমি কিয় নোৱাৰিম.লগতে এইটোও ভাবো যে জল্দি ধনী হয় যাম.তেতিয়া চোৱা ভবাটো ভুল নহয়. কিন্তু যেনেদৰে ভাবো আমি তেনেকৈ কিয় নোৱাৰো.গতিকে আজি মই কথা কম যে কি কৰিলে এজন Succese YouTubeৰ হব পাৰিবা. আৰু লগতে কম কি কৰিলে YouTube ৰ পৰা সামৰণ মাৰিব লাগিব.তেনেহলে আহক আজিৰ টপিকলৈ আগলৈ যাওঁ.

 

চবৰ প্ৰথম কবলৈ বিচাৰো চোৱা YouTube জগাটো আমাৰ নহয়. এইটো বেলেগৰ হয়.যিকোনোৱে য়োটোবত আহি চেনেল বনাব পাৰিব. লগতে পইচা ও উপাৰ্জন কৰিব পাৰিব. কিন্তু আমি বহুতো এনেকে আচো কিয় নোৱাৰো.

  • যেনে:- ধৰিলোৱা চেনেল এটা বনাইচা লগতে 30 টা Video ও Upload কৰি লৈচা 30 দিনৰ ভিতৰত.আৰু পিচত দেখিব পাইচা যে কত পইচা এক টকাও নাই.30 টা Video Upload কৰাৰ পিচত.হেত্তেৰী আৰু নোৱাৰিম ইমান কষ্ট. চোৱা এই কথাটো যদি এবাৰ ভাবি লৈচা . হৈ গল আৰু Succsese হব নোৱাৰিবা.
 
চোৱা বহুতে কয় যে চেনেল নিজৰ হবিৰ কৰনে কৰি আছে.কিন্তু মই কৌ, নহয় YouTube ত পইচাৰ কাৰণে চেনেল বনাইছে.কিন্তু যিমানে য়োটোব হৈছে কেতিয়াও কি সিহঁতৰ আমনি লগা নাই নেকি.লাগিছে কিন্তুVideo Upload  কৰা বন্দ কৰা নাই .আৰু এনেদৰে মোৰ ও বহুতো আমনি লাগিছে. কিন্তু মই চেষ্টা কৰি আছো আগবাঢ়ি যাবলৈ Youtubeত. 
 
এতিয়া আহক আমি জানো যে কোনজন Succsese হব পাৰিব.
  • চোৱা  আমি চবে সৰু থাকোতে কিতাপত পাইছো. যে একেবাৰে নোৱাৰিলে এশবাৰে কৰা. তেনেকৈ চোৱা চবে বহুতো চেষ্টা কৰিচে চেনেলটো আগোৱাই নিবলৈ. কোনফালে ৰাতি কোনফালে দিন হৈছে একো নাজানিচিল.ইমানে ব্যস্ত আচিলে.Video ত Views আহিলেও Video Upload কৰিছে.আৰু লগতে Subscriber.
  • Views And Subscribe  ৰ ফালে চোআ নাই.এইটো হৰ সময় চাইছে যে অহা কালি কি Video Upload কৰিম.সেইটোলৈ চিন্তা কৰিছিল. ইমান খিনি কৰাৰ ভাবে আজি Youtube ত Succsese হব পাৰিছে. লগতে লাখ লাখ টকাও ইংকাম কৰিব পাৰিছে.
My YouTube Some Storry
চোৱা আজিৰ সময়ত মোৰ চেনেলত 40000 জন Subscribe ৰ আছে.আৰু এসময়ত মোৰ চেনেলত অকল 10 জন Subscribe ৰ আচিল.কিন্তু ময়ো বহুতো কষ্ট কৰিছো. 5 মাহ একো Subscribe ৰ হুৱা নাই লগতে পইচা .তাঁৰপিচত এইটো ভাবিছো যে মই পইচা পালেই কৰিম YouTube ত Video Upload.আৰু নাপালেই ও কৰিম Video Upload. এনেদৰে মই হৰ সময় এইটো ভাবিচিলো. কিন্তু এই কথা ভবাৰ কাৰণ আজি ময়ো অলপ পইচা ও পাই আছো YouTubeৰ পৰা. 
 

Tips For A Succsese YouTuber

এতিয়া মই তলত যিমানে কৈ আছো নোট কৰিবা যদি ত সফল হবলৈ বিচৰা.
  • মাত্ৰ 60 টা YouTube ত Upload কৰিবা 2 মাহত. আৰু তাঁৰ পিচত চাবা মনত কিমান ভাল লাগে.Video Upload কৰিবলৈ একদিন ও মিচ নকৰিবা. Views আহি আছেনে নাই সেইটো অ নাছাবা. 60 দিন হোৱাৰ পিছত এবাৰ চাবা কিমান আহে. 
অকল কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰা.যদি য়োটোবত জয় হবলৈ বিচৰা.মোৰ ভাই চেষ্টা কৰিলে চব হয়.লগতে কষ্ট কৰিলে কষ্টৰ ফলাফলটো নিচ্চয় পাবা.এবাৰ কৰি চোৱা.তেতিয়া হলে চোৱা অলপ কথাৰে বজাবলৈ চেষ্টা কৰিছো আপোনালোকক. যদি য়োটোবাৰ হবলৈ বিছৰা তেন্তে পইচা নহয়.মনটো বহুতো আনন্ন থাকে….

Leave a Reply

Your email address will not be published. Required fields are marked *