What Is Website Hosting, Housting কি হয় অসমীয়াত

What Is Website Hosting, Housting কি হয় অসমীয়াত ,,,,,,,,,,

হাই বিচিটৰ আজি আমি আপোনাক কম Web Hoosting কি হয়.আৰু কথ আমি ব্যৱহাৰ কৰো , যদি আপুনি জানিব বা শুনিব বিচাৰে তেন্তে এই পেইজটো পোৰৰ Reade কৰিব . কিয়নো আপুনি Web Hooating ৰ কথা শুনিছে বা লভ বিচাৰিছে তেতিয়া হলে জানি লোৱা কি হয়. আহক আৰম্ভ কৰো 

Web Hoosting কি হয় 

Web Hoostin এটা Online Memory হয় .এটা Web Pageৰ. যেনে আমাৰ মোবাইল বা কম্পিউটাৰৰ ৰেম বা মেমৰী কাৰ্ড আছে. তেনেদৰে হৰ এটা Website বা Blogger ৰ এটা মেমৰী আছে .জোনটোক কয় web Hoosting 

Web hoostingত কি কি কৰো? 
Web Hoosting ত আমি আমাৰ Website ৰ পোৰা Content ভৰাই ৰাখো .
যেনে = কোনো Articale ,Photo ,Vedio, Pdf File

কৰ পৰা কিনিব পাৰিম?
Hosting Sell কৰা বহুত Website আছে . যেনে  Godady Hostgeter, Webly
মই বেছিবাঘ কিনো মোৰ Clinteৰ ভাবে সেইৰ নাম হৈছে Godady .তাৰ পৰা মই  কিনো ,যদি আপুনি কিনিব বিচাৰে তেন্তে Linkত Click কৰক.

 Web Hoosting ধৰণৰ হয়(typ of housting)
1. Shear Housting.
2. Deticated Housting. 
3. Vps  Houstin.

1. Shear Housting= জিহেতো আপুনি নামত গম পাই আছে .মানে  হল আমি চবে এটা  বিলডিংকত থাকো . কিন্তু সেই বিলডিং বেলেগ মানুহৰ হয় .আমি ভাড়া থাকো আৰু আমাৰ নিচিনা আৰু মানুহ সেই বিলডিংগত ভাড়া থাকে. তেনেকৈ Shear Hoosting এটা হয়. কিন্তু তাত বহুত মানুহে মিলি চলাই আছে. তাৰো  মাজত আমিও চলাই আছোঁ ..
2. Deticated Hoosting = জোনটো Housting আমাৰ হয় কিন্তু তাত জগা কম থাকে. 
3. Vps Hoosting=  জোনটো এক দম আমাৰে হয়.  জোনটোত আমি যি মনজায় কৰিব পাৰো . আৰু লগতে Multiple Website এক Hoosting ত বনাব পাৰোঁ.  একো ভাদা নাই . 

সৰু আৰু ডাঙৰৰ মাজত কি Defrence 
সৰু Housting ত বেছি Trafik আহিব নোৱাৰে. যদি বেছি Trafick আহে, তেন্তে আপোনাৰ Website Open নহব.তেনেকৈ ডাঙৰ Hoosting ত Trafick অলপ বেছি আহিব পাৰে .

তেতিয়া বন্ধুহত আপুনি বোজি পাই গলি Hoosting কি হয়. আৰু কিয় আমি ব্যৱহাৰ কৰু .আজিলৈকে ইমানেই আৰু পঢ়িব পাৰে আমাৰ তাত বাই ……..

Leave a Reply

Your email address will not be published. Required fields are marked *