What Is Domain Name, Domain Name Assames,Steap By Steap

What Is Domain Name, Domain Name Assames,Steap By Stea…….  নমস্কাৰ বন্ধু সকল কি আপুনি জানিব বিচাৰি নেকি Domain Name কি হয় . আৰু Custom  Domain কি হয় Danain Name আমি Use কৰিলে কি ফায়দা হব . আজি আমি ডিঠেইলত জানিম আহক আৰম্ভ কৰো ।

What is Domain Name

ন্ধুহত Domain Name আমাৰ Website বা Bloog ৰ  এটা চিহ্ন হয় . যেনেকৈ আমি আমাৰ নামত চিহ্ন হওঁ.

EXAMPLE
আমাৰ Website বা Blogge ৰ এটা Ip Adress আছে. জোনটো আমি Domain Name ৰ ভিতৰতে সোমাই ৰাখো . 
Custom Domain namebকি হয়?
Custom Domain Name জোনটো আমি নিজৰ পইচাৰে কিনো , সেইটো আমি কওঁ  কাষ্টম ডমেইন নেম . হব পাৰে আপোনি Domaine কিনিছে GoDady,Webly,Weblyবা Bloggeৰৰ পৰা. চবক আমি Costom Doman Name কব পাৰোঁ **
কি ফাইদৰ হব 
১. আপোনাৰ কাৰণে ভাল হব.
২. নিজৰ Floowe ৰ কাৰণে.  যেনে= আপুনি জিকোনো মানুহক আপোনাৰ Domain Name কলে আপোনাৰ Website বা Blogge ত ডাইৰেক্ট আহিব পাৰিব. 
৩. Google Adsence ৰ বাবে Aply কৰে তেন্তে Non Hoosted Account Apruved হব .
এনেকুৱা বহুতো কৰিব পাৰোঁ জোনটো আমি Sub Domain ৰে কৰিব নোৱাৰো …
 
বন্ধু সকল কি মই আপোনাক বোজাব পাৰিছো নে নাই. আপোনালোকে জনাব মোক আৰু যদি কিবা প্ৰশ্ন আহি আছে আপোনাৰ মনত . তেন্তে মোক কমেন্টত সোধিব পাৰিব বা FCEBOOK Page ত গৈ কমেন্ট কৰিব পাৰিব ,, আজি লে ইমানে আগতে মিলি তাকিম BY

Leave a Reply

Your email address will not be published. Required fields are marked *