Seo Techniques,off page seo techniques 2018,in Assamese

হাই বিচিটৰ আজি আমি জানিম Of page Tachnique. Of page Optomitatin ত আমি কি কৰো .যদি আপুনি Of Page Optimitain কি হয় নাজানে তেন্তে Linkত Click কৰক .আৰু যদি জানে তেতিয়া পঢ়ি থাকিব .আপুনি দিয়ান দি পঢ়িবলৈ অনুৰোধ কৰিলোঁ .কিয়নো এইটো বহুত দৰকাৰী Seo ৰ বাবে আহক Starte কৰো …

নিচ্ছয় পঢ়িব
What Is Google Drive?

What Is Of Page Tachnique

বন্ধুহত জিহেতো আপুনি পঢ়িলৈছে তেন্তে আহক মই কৈ আছো  
১. Fave Icon= জিহেতো এইটো এটা ফটো হয় .জোনটো আমাৰ Website ৰ Domain name ৰ লগত থাকে .আৰু এই Icon হোৱা দৰকাৰী আমাৰ Websiteত SEOৰ বাবে .আপুনি আমাৰ Website ফটো চাব পাৰে কেনেকৈ থাকে..
 ২. Keybord Analytice=  আপুনি এইটো জানে কি হয় .তাৰ পিছতো মই কৈ দি আছো. জোনটো Keyborde আৰ Meta Tage আমাৰ Websiteত ডালো এইটো আপুনি বোদ্দি লগাই দিব .
৩. Social Bokmarking = এইটো এটা Page হয় .জোনটোৰে আমি আমাৰ Do flow আৰু Noflow  Backlink Crate কৰো .Bookmarking Site যেনে= Facebook, Tweter, Google plus, এই বিলাকত আমি Page বনাও. আৰু তাৰ পৰা আমি Backlink Create কৰো .
৪. Social media=  জোনটো আজি কালি চবৰ আছে. সৰুৰে পৰা ডাঙৰলৈ .Social media যেনে Facebook Tweeter Google Pluse Youtube Whatsapp  এই বিলাকৰ পৰা আমি Nofloew Baclink Create কৰো বা Online Marketing কৰো.
৫. Web Speed = এইটোত আমি Serch Engin  কিয়. আমাৰ Userক উ দিয়ান দিব লাগিব. 
যেনে = আমাৰ Websiteত Speed কম Loude হোৱাৰ সময়ত .বেছি টাম লগায়, সেইটো Serch Engine ৰ Problem ,লগতে Userৰৰ    হয়, কিয়?  ধৰিলোৱা Website ত Speed কম সেইটো Serch Engine Crool নকৰে .আৰু জোন User আহিব আমাৰ Websiteত, যদি জলধী Open নহয় তেতিয়া আমাৰ Website বন্ধ কৰি বেলেগ Websiteত জাব. আৰু সেইটো আমি বেছি দিয়ান দিব লাগিব .আৰু কিহৰ কাৰণে হৈছে সেইটো ঠিক কৰিব লাগিব…
৬.  Artical Sumbission = জোনটো Content আমি লিখিম সেইটো কাৰোবাৰ পৰা Copy হব নালাগে.  যেনে দৰা এটা Website ৰ পৰা চাৰি  লাইন ,আৰু এটাৰ পৰা চাৰি লাইন, এনেকুৱা হব নালাগে, নিজৰ Unick হব লাগিব .তাৰ পিছত Artical জোনটো লিখিব সেইটোৰ  ৪০০ শ বা ৫০০ শ Wordত হব লাগিব. সেইটো আমি দিয়ান দিব লাগিব .
৭. Tex less Reso = বন্ধু সকল Texles জোনটো হয়. জোন Codingত আমাৰ Website বনোৱা হৈছে .যেনে Htm ,Java Script, Php, Bostrap, এই চবৰ Code বেছি আৰু Tex কম, Tex যেনে আপোনাৰ Artical যদি Tex ৰ পৰা Coding বেছি হয় জায়. তেন্তে Serch Engine ৰ অসুবিধা হয় Crole কৰিবলৈ. 
৮. Directry Sumbision=  জেনেদৰে হৰ মোইলৰ Directry আছে তেনেকৈ হৰ এটা Website উ Directry আছে. আৰু সেইটো আমি যিকোনো Websieত Artical Sumbite কৰো . জোনটোৰে আমি Doflow Baclink Create কৰো. আৰু সেই কাৰণত আমাৰ Website ত বেছি User আহে .

বন্দু সকল আজি আমি Tachnique জানি লৈছো .আগলৈ আৰু জানিম আজিলৈ ইমানেই যদি কিবা প্ৰশ্ন আছে তেন্তে কমেন্টত সুধিব পাৰে বাই………..

Leave a Reply

Your email address will not be published. Required fields are marked *