Seo Optimization.Search Engine Marketing, On Page And Of Page,In Assamese

হাই বিচিটৰ আপোনালোক কেনেকোৱা ভালেই আজি আমি জানিম SEO ৰ On page Optomitaion আৰু Of page Optomition  কি হয় .কিয় নো এই দোয়োটা যদি নাজানো .আৰু আমাৰ Website ত নকৰো, তেতিয়া আমাৰ WEbsite বা Keybored Ranking কোন Serch Engine নকৰে .তেতিয়া আমি আজি জানিম কি হয় .আৰু কি ডিফৰেণ্চ আহক আৰম্ভ কৰো..
Seo কি হয় যদি নাজানে তেতিয়া Click কৰক. কিয়নো চবৰ আগত SeO কি হয় জনা  দৰকাৰ আপোনাৰ. পিছত পঢ়ক এই পেইজ …..

On page Optomitatin কি হয় 

বন্ধু সকল On page Optomitation জিহেতো আমি On Site Optomitatin উ কব পাৰো. On page Optomitation জোনটো আমি আমাৰ Webdite ৰ বিতৰত কাম কৰো .Seo ৰ Frontly বনাও ।যেনে আমি আমাৰ Website ত জি Tex লিখো সেইটো একদম নিজৰ Content হব লাগে .কাৰোবাৰ পৰা Copy Past কৰিব নোৱাৰি. বা আমি আমাৰ Website ত Photo Uplood কৰো . সেই ফটোৰ কিবা নাম দিও . সেই ধৰণৰ বস্তু বিলাক আমি আমাৰ Website ত দেখো বা বনাও .

Of page Optomitatin কি হয় 

Op page আমি Of site Page উ কব পাৰো.  আৰু Of Page একো নহয় বছ এটা টেকনিক হয় . নিজৰ বুদ্ধি হয় .
যেনে = আপোনাৰ Keyboard  যেতিয়া দিব বা Titel লিখিব সেই Online ৰ পৰা Serch কৰি নিজৰ বুদ্ধিৰে লিখিব .যে কোনঠো Keybord ডালিলে Website Ranking হব. আৰু  Of page কৰাৰ লগত দিয়ান দিব লাগিব যে Soe ৰ বিপৰীত হোৱাটো .
Of page Tacnick যেনে 

১. Tex less.
২.  Web Speed. 
৩. Tag Optomitation.  
৪. Directry Sumbision .
৫.Artical Sumbision. 
৬.Social bokmarking.
 ৭.Social media.
৮. Vedio Sharing.
 ৯. Photo Shearing.
 ১০.Revew .
১.Kebord Analyce
 পোৰা Tachnique জানিবলৈ Click কৰা Link ত 

তেতিয়া আজি আপুনি জানিবলৈ পাইছে On page আৰু Of page কি হয় Seo ৰ বাবে .আৰু জানিব পাৰে আমাৰ Webste ত আজি লৈ ইমান বাই

Leave a Reply

Your email address will not be published. Required fields are marked *