How to Make a Robot,Robot.txt File,Assames Ki Hoi

      No Comments on How to Make a Robot,Robot.txt File,Assames Ki Hoi

How to Make a Robot,Robot.txt File,Assames Ki Hoi ………                  হেল্ল ভাই ভনী সকল আপোনালোকৰ আন্তৰিক ধন্যবাদ জনালো . মোৰ তৰফৰ পৰা . আজি আমি জানিম Robot.txt file কি হয়, আৰু Robot.txt য়ে কেনেকৈ আৰু কেনেদৰে কাম কৰে আমাৰ Website বা Blogge ত যদি আপুনি জানিব বিচাৰে তেন্তে পড়ি থাকিব আহক আৰম্ভ কৰো..


 Robot.txt file কি হয়?
Robot.txt এটা Nootpaid ৰ File হয় . জোনটি লিখি আমি আমাৰ Website ত লগাও . আৰো যি কোনো  Serch Engine ক কওঁ আমি . কোন কোন File Index কৰিব আৰু কোন কোন File ন কৰিব  . 
যেনে= আপোনি যদি বিচাৰে আপোনাৰ Website   About  Us Croole নকৰিবলৈ . তেতিয়া Robot.txt ৰে কৰিব পাৰে . Robot.txt ফাইল কেনেকৈ হয় তলৰ ফটো চোৱা আহক আমি  আৰু অলপ জানি লও 

example

নিচ্ছয় পঢ়িব
Youtube Free Images Downlood
Youtube Channel Tools

Robot.txt চবৰ Websiteত একে ধৰণৰ হয় . কিন্তু জোনটো আমি বা যিকোনো ৱে সলাব পাৰো সেইটো হল Disallow.  আপুনি দেখি পাইছে ফটোৰ দোই নম্বৰ লাহনৰ কথা কৈ আছোঁ . সেই Disallow ৰ পিছত আমি লিখিব পাৰোঁ জোনটো পেইজ আমি Crool নকৰিব বিচাৰো . সেই পেইজৰ নাম .
যেনে = Disallow: /about us/
Disallow: /Contect us us/
য়া  নহয় জোনটো মন যায় কৰিব পাৰোঁ …………..

তেতিয়া হলে আজি আপুনি জানি লৈছে Robot.txt file কি হয় . আৰু কেনেদৰে কাম কৰে Serch Engien এ . যদি আপোনাৰ মনত Robot.Txt ৰ বাবে আৰু একো প্ৰশ্ন আহি আছে তেন্তে কমেন্টত লিখিব আমি আপোনাক জনাম বাই

Leave a Reply

Your email address will not be published. Required fields are marked *