How To Make A Beautiful Author profile In Blogger OR Website

আজি আমি জানিম যে আমাৰ Blogge বা Website ত কেনেদৰে ধুনীয়া Author profile  লগাব পাৰো.জিহেতো মই এটা YouTube Video ত দেখোৱাইচো যে কেনেদৰে Author profile লগাবা, মানে এডড কৰিবা.আৰু মই কৈছোঁ যে কেইটামান কড এডড কৰিব লাগিব. কড কেইটা তলতে মই দি আছো. আৰু যদি Author profile কি হয় নাজানে. তেনেহলে চবৰ আগতে তলৰ ফটো খন চাই লোৱা.এনেদৰে হয় Author profile . আৰু Author profile টো আমি আমাৰ Website বা Blogge ধুনীয়া হোৱাৰ বাদে লগাও. তেতিয়াহলে কেনেদৰে এডড কৰিবা তলত মন দিয়া.

How To Make Author profile In Blogger

মই যেনেদৰে কৈ আছো আপোনালোকে যদি চেইম কৰা তেনেহলে হৈ যাব.
1) চবৰ আগতে Blogger ৰৰ Dashbord ত Loginকৰি লোৱা.
2) তাঁৰ পিছত Layout Option ত এবাৰ ক্লিক কৰিবা.
3) ক্লিক কৰাৰ পিছত যোনটো জগাত Author profile লগাব বিচাৰি আচা সেইটো জগাত ক্লিক কৰা. Example:- Sidebar বা  Footer.
4) Add A Gedet ত ক্লিক কৰা.
5) তাঁৰ পিছত বহুতো Option খুলি আহিব.
6) HTML / JAVA ত ক্লিক কৰা.
7) TML / JAVAতাঁৰ পৰা Plus (+) থকা চিহ্নত কল্লিক কৰা.  . 8) এতিয়া দেখিবলৈ পাবা এটা Empty Box খোলি আহিছে.

9) Titel টো খালি এৰি দিবা. আৰু জোনটো Empty Box আছে Box ৰ ভিতৰত তলত যিমান কড দিছো কপি কৰি পেচ্ট কৰি দিয়া..

এতিয়া আপোনাৰ হৈ গল কিন্তু আৰু অলপ চেটিং আচে.আপোনাৰ লিংক দিব লাগিব.লিংক তিনিটা দিব লাগিব.

How To Add Link In Blogger Author profile

লিংক কেনেদৰে দিব লাগিব চাই লোৱো

1) এই কডৰ ভিতৰত মন দিয়া লিখা আছে Your About Us Page Link Past .তাতে নিজৰYour About Us পেইজৰ লিংক Add কৰি দিয়া.
2) তাঁৰ পিছত আকৌ মন দিয়া এই কোডিংগৰ ভিতৰত লিখা আছে Writh Your Content Any তাতে নিজৰ যি মন যায় লিখি দিয়া . Examle : Assamese, Hindi And English. আৰো এতিয়া থাকিল ফটোৰ Link টো.
 
তেতিয়া চোৱা ফটোৰ Link আমি বনাব লাগিব.কেনেদৰে বনাবা তলতে মই কৈ আছো..

চবৰ আগতে Blogger ৰ Dashborde ৰ পৰা POST Option ত ক্লিক কৰা .আৰু তাতে লিখিবলৈ এটা পেইজ খুলি আহিব .যেনেদৰে আমি আমাৰ Bloggeত New Post লিখু তেনেদৰে.এই নতুন Post ত আপোনালোকে একো Word নিদিবা অকল এখন ফটো Upload কৰিলোৱা.আৰু তাঁৰ পিচত ফটোৰ ওপৰত ক্লিক কৰি ফটোৰ Link টো কপি কৰি লোৱা.কিন্তু এটা কথা মন দিবা Post টো কেতিয়াও Publish নকৰিবা, অকল Save Draft কৰি থৈ দিয়া.

3) তাঁৰ পিচত আকৌ সেইটো Box খোলা জোনটো Author profile CODE Add কৰিছিলা .এতিয়া ঈকৌ মন দিয়া তাতে লিখা আচে Your Image Url Of Any এই লিখাৰ জগাত ফটোৰ Link টো Past কৰি দিয়া .জোনটো Post ৰ ফটোৰ Link আছিল.

আৰু তাঁৰ পিছত নিজৰ Blogger ত Author profile একদম তৈয়াৰ হৈ যাব.তেনেহলে নিচ্চয় বোজিছা .যে কেনেদৰে Blogge বা Website ত Author profile এডড কৰিবা নিজৰ হিচাপে.যদি Video চাবলৈ বিচাৰি আছাঁ তেনেহলে Assam Best YouTube Channel ত Video ও পাই যাবা.Video চাই ও Author profile বনাব পাৰিবা.আৰু যদি মোৰ লগত যোগাযোগ কৰিবলৈ বিচৰা তেনেহলে আমাৰ Facebook Page ৰে কৰিব পাৰিবা..

Leave a Reply

Your email address will not be published. Required fields are marked *