How To Create Blogger Fotter Icon ! Blogger Footer Link [Assamese]

Hello dear Friend আপোনালোক কেনেকৈ আছো , মোৰ হিচাবে ভালেই আছা , আৰু আপুনি আহিছে আমাৰ চাইটত Thanks বোলি জনাইছো, আৰু এই টপিকটো মই লিখি আছোঁ ,কেনেকৈ আপুনি নিজৰ Bloggeত Fotter Social  Icon আৰু Link এড কৰিব পাৰিব . যদি জানিবলৈ বিচাৰে আৰু Fotter বনোৱাবলৈ  বিচাৰে . তেন্তে ভাল ধৰে  পঢ়িবলৈ অনূৰুধ কৰিলো. এতিয়া আহা আৰম্ভ কৰো ..


1. চবৰ প্ৰথম আপোনাৰ Blogger ৰৰ Dashbord ত Login হৈ যাক 
2. Login হোৱাৰ পিছত আপুনি Leyut  Option ত Click কৰিব 
3. তাৰ পিছত আপুনি একদম তলত যাব তলত গৈ দেখিব Fotter . আৰু আপুনি মাজৰ জোনটো Fotter আছে তাতে তলত জিমান Color Code আছে Copy কৰি পেচ্ট কৰিলোঁৱা Footerত….

4…….. 




 5. তাৰ পিছত Save কৰি লবা ..এতিয়া আপোনাৰ Foter Icon বনি গল ==

কেনেকৈ Link লগাব জানিলোৱা

 আপুনি জোন Fotrত Code ডালিছে . সেই ফোটাৰত যোৱা . আৰু যি যি Icon আছে চবৰ নাম দেখি পাব.
যেনে == Facebook. tweter. google plus. linkdin

আপুনি ভালকৈ  দিয়ান দিয়ক তাত আপুনি # দেখি পাব/ সেই # টো ডিলিট কৰি আপুনি # জগাত আপোনাৰ Link ডালিব. Facebook ৰ জগাত Facebook ৰ লিংক .আৰু Tweter ৰৰ জগাত Tweter ৰৰ লিংক লগাব .
 
 
এনেকুৱা যিমান Icon আছে চবৰ লিংক লগাব পাৰে একো অসুবিধা নাই.. চব কৰাৰ পিছত আপুনি Save কৰিবলৈ একদম না পাহৰিব /
 
আৰু এতিয়া আপুনি সিকিলৈছে কেনেকৈ Foter Social icon বনায় Blogge ত . আপোনালৈ ধন্যবাদ থাকিল আমাৰ পৰা . তাৰ পিছত আপুনি নোৱাৰি আছে আমাৰ লগত Contect কৰক .আমি আপোনাক সহায় কৰিম . 
 
By Saibul

Leave a Reply

Your email address will not be published. Required fields are marked *