ADSENCE GOOGLE,Google Adsense Aproved Kane Koi

      No Comments on ADSENCE GOOGLE,Google Adsense Aproved Kane Koi

নমস্কাৰ বাই বন্ধু সকল আমাৰ তৰফৰ পৰা আপোনাক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছো. কিয়নো আজি মই ইমান আনন্দ ত আছো . কিয়নো মোৰ Adsence Fully Aprobed Account Active হৈগল,কেনেকৈ আৰু কি কৰাৰ কাৰণে হৈছে মই আজি আপোনাক কম লগতে অলপ মোৰ তৰফৰ পৰা অলপ বোদ্দি জনাম.  জানিবলৈ বিচাৰে তেন্তে সেশলৈ Read কৰিব আহা আমি আৰম্ভ কৰো

ADSENSE FOR ASSAMES



বাই সকল Adsence Account Aproobed হোৱা আমি এট নচিব কব পাৰো . কিয়নো বহুত কষ্ট কৰি Active  কৰিব লাগিব  *কিনতো আপুনি এইটো শুনি পিছত নাজাব . চেষ্টা কৰিব লাগিব আৰু নিজে অলপ দিয়ান দিব লাগিব . 

কি কি কৰিব লাগিব আপুনি
1. কৰো পৰা কৰোবাৰ Content চোৰি কৰিব নোৱাৰিব . 
2. কোনোবাৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব . 
3. দুটা Adsence বনাব নোৱাৰিব .
4. Seo কৰিব লাগিব .
5. Traffick আহিব লাগিব .
6. আপোনাৰ Website বা Blogge মোবাইল আৰ ডেচটপ বিচিবোল হব লাগিব

এতিয়া মোৰ পৰা অলপ জানিলোৱা
 বন্ধু সকল মই মোৰ Adsence  Account  জেনেকৈ Active কৰিছো . সেই বোদ্দিটো আপোনাক জনাম . আপুনি জেতিয়া Adsence ৰ Aply কৰিব ,তেতিয়া আপুনি একেলগত ১০ Post লিখিব .আপুনি Whatsapp ত Shear কৰিব বেছি কৰি . জিমান সময় প্ৰযন্ত এডছেনচ একাউণ্ঠ Active নহব.   বেচিভাগ Whatsapp Group ত  Link Shear কৰিব _  
বন্ধু সকল যদি এই চব  দিয়ান দি এপলাই কৰে . তেন্তে মোৰ হিচাপত Active হৈ যাব . 

নিচ্ছয় পঢ়িব
Facebook Page Ki Hoi
Youtube Channel Requmant Tools
বাই সকল যদি adsence Account Non Hosted হৈ যায় তেন্তে আপুনি মোক নিচ্চয় জনাব ..
আৰু এই জিমানখিনি আপোনাক কৈছোঁ ,মই যেনেকৈ কৰিছো সেই কথা খিনি আপোনাক কৰিবলৈ কৈছোঁ . আৰু এটা কথা আপুনি এনেকুৱা খিকিবলৈ আমাৰ Website ত সপ্তাহত এবাৰ হলেও বিচিট কৰিব . কিয়নো মই হৰ সপ্তাহ নতুন এটা Post  লিখো জিহেতো আপুনি নতুনকৈ কিবা খিকিব পাৰিব তেতিয়া হলে  আজিলৈ বাই ………………………..

Leave a Reply

Your email address will not be published. Required fields are marked *