Google Adsence Account,Addsence Account, Adsence Account কি হয়

Google Adsence Account,Addsence Account, Adsence Account  কি হয়……  হাই বন্ধু সকল আজি আমি জানিব পাৰিম Adsence Account কি হয় . আৰু আমাক কেনেদৰে পইছা দিয়ে .আৰু কৰ পৰা? হয় Friend  আপোনাৰ মনত এই Quassain আহি আছে . কিয়নো বহুতো Floower ৰে এই Question  ঠো মোক সোধিছে . তেন্তে এইটোৰ বিষয়ে আমি আজি Detaits ত জানিম: 


বন্ধু সকল Adsence Account ৰ কথা জদি আমি কও Adsene এটা Google ৰ Product হয় আৰু নং 1 Adbetse Company হয়. Adsence ৰে আমি আমাৰ Website ,Blogge বা Youtubt ত Add দেশোৱাও .Ad দেখোৱাৰ কাৰণে Adsence আমাক পইচা দিয়ে . আপোনাৰ মনত Question  আহি আছে Add দেখোৱালে কিয় আমাক পইছা দিব.
উদাহৰণ =আপোনাৰ এখন ঘৰ আছে ,আৰু ঘৰখন আপুনি ভাড়া দি দিলা, মাহৰ ভাড়াটো আপুনি লোৱা হয়নে নাই . সেই ধৰণেৰে এটা Website বা Andriod App বা Youtube chennal আমাৰ হয়. আমি Adsence ক ভাড়া দিও , আৰু সি Add দেখোৱাই , সেই বদলত আমাক পইছা দিয়ে .

 কৰ পৰা পইছা দিয়ে Adsence এ আমাক 
Public ৰ পৰা  বা Add Vew ৰৰ পৰা  উদাহৰণ = আমি জদি বজাৰত বা City ত যায় . তেতিয়া ডাঙৰ ডাঙৰ পোছটাৰ দেখি পায় . জোন Company য়ে  পোছটাৰ খন লগাইছে , শি নিচছয় পইছা দিয়ে .জাৰ দোকান বা মাটিৰ উপৰত লগাইছে তাক . তেনে দৰে জাৰ Add দেশোৱাব Adsence তাৰ পৰা পইছা লয় . আৰু আমাক দিয়ে .

কিমাণ পইছা দিয়ে আমাক Adsence Account ঠে 

বেছি ভাগ পইছা আমাক দি দিয়ে . 
যেনে = যদি এটা Add দেখোৱাৰ কাৰণে 10 টকা লয় Adsence .আমাক 8 ঠকা দি দিয়ে বাকী পইছা সি ৰাখি লয় . 

কথ কথ আমি Adsence Account Use কৰিব পাৰীম 
আপুনি Use কৰিব পাৰে Website ,Blogge,Android aplication ,Youtube Channel ,Facebook. 

তেতিয়া হলে Friend আপুনি জানি পাইছে Adsence Account কি হয় . আৰু আমাক পইছা কৰ পৰা দিয়ে . আৰু কিমাণ্ দিয়ে,
 আৰু কিবা Question  থাকিলে আপোনি আমাক Coment কৰিব পাৰে Information By Saibul

Leave a Reply

Your email address will not be published. Required fields are marked *