Adsence Payment Methoot,adsence Payment for assames

      No Comments on Adsence Payment Methoot,adsence Payment for assames

হাই ভাই বন্ধু সকল আজি আমি জানিম Google Adsence এ আমাক কেতিয়া পইচা পঠাই আমাৰ বেংকত. কিয় নো কথা মোক বহুতেই সোধিছে আৰু আপোনাৰ মনত তেনেকৈ প্ৰশ্ন আহি আছে. তেন্তে আমি আজি Detailat জানিম. কেনেকৈ আৰু কেতিয়া পঠাই পইচা আমাৰ বেংকত আহক আৰম্ভ কৰো

কেতিয়া পইচা পঠায়? 
জেতিয়া আমাৰ Adsence Account  ত ১০০ Doller হৈ যায় তেতিয়া আমাৰ বেংকত Transfer কৰে .
কিমান তাৰিখত পঠায়?
নিচ্ছয় পঢ়িব
Affailite Marketin Ki Hoi

বন্ধু সকল মই আপোনাক এটা উদাহৰণ দি বোজাম ধৰিলোৱা আপোনাৰ এটা Youtube Channel বা Website  দুয়োটাৰ চেইম হয় ,আমাক পইছা দিয়ে চাপুছ ধৰা জানুৱাৰী মাহত ১০০ Doller হৈ গল . তেতিয়া সেই পইছা আমাৰ বেংকত ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ আমাৰ বেংকত Google এ জমা কৰি দিব. কিন্তু আৰু এটা কথা ২২ তাৰিখত আপোনাৰ Email Id ত এটা Mail আহিব, আৰু জনাব যে আমাৰ  পইচা Transfer Sucsece  হৈ গল . কিন্তু Sucsecse নহব . চিন্তা কৰাৰ দৰকাৰ নাই ২৮ তাৰিখে জমা হৈ যাব .
কোন কোন বেংকত আমি পইচা আনিব পাৰীম?
বন্ধু হত আপুনি আপোনাৰ জি কোনো বেংকত পইচা আনিব পাৰিব. কিন্তু আৰু এটা কথা চৰকাৰী যিমান বেংক আছে , সেই বিলাক বেংকত জল্দি  পইছা আহি যায় . আৰু যোন  বিলাক Privet হয় সেই বিলাকত অলপ সময় লাগি যায়, বেছি নহয় ২৪ ঘন্টা সময়ৰ ডিফাৰেন্ছ . আৰু আপোনাৰ নিজৰ বেংক একাউন্ট নাথাকে . তেন্তে আপুনি নিজৰ মা দেউতা বা  পৰিয়ালৰ জি কোনো মানুহৰ একাউন্টত আনিব পাৰিব.
কি ১০০Doller ৰ তলত Transfer নহয়?
উত্তৰ: হব ””””” কেনেকৈ আমি আপোনাক কৈ আছোঁ. ধৰিলোৱা আপোনী Youtube বা Website বন্ধ কৰিব বিচাৰে . আৰু আপোনাৰ Adsence Acount ত ১০Doller ৰ উপৰত আছে . তেন্তে আপুনি আপোনাৰ Adsence Account Deactive কৰিব . তেতিয়া জিমান পইছা আছে ছব আপোনাৰ একাউন্টত জমা হৈ যাব.

তেতিয়া হলে আজি Adsence ৰ বিষয়ে আপোনাৰ মনৰ ডাউট মই Cleare কৰি দিলো. যদি আৰু কিবা বিষয় জানিব আছে .জোনটো আপোনাক মই কোৱা নাই . তেন্তে আপোনী আমাক সোধিব পাৰে…………………….
Information By Saibul

Leave a Reply

Your email address will not be published. Required fields are marked *